Chapter 18
বৰ্জিত পানীৰ কথা
১। নৰ্দমালৈ বৈ যোৱা ফেন বা তেলযুক্ত ক’লা-মটীয়াৰঙৰ পানীখিনিক কি বোলে?
লেতেৰা পানী
বৰ্জিত পানী
ঘোল পানী
Answer: বৰ্জিত পানী
২। পানীয়েই কি?
জীৱ
জন্তু
প্ৰাণ
Answer: প্ৰাণ
৩। জলাশয়ত জমা হোৱাৰ আগতেই পানীখিনিক পুনৰাই ব্য়ৱহাৰ কৰাৰ বাবে প্ৰদূষকমুক্ত কৰা প্ৰক্ৰিয়াটোক কি বোলে?
পানীৰ প্ৰদূষন
পানীৰ পৰিষ্কাৰকৰণ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পানীৰ পৰিষ্কাৰকৰণ
৪। পানী অশুদ্ধিবোৰক কি বোলে?
পানীৰ প্ৰদূষন
দূষিতকাৰক
অণুজীৱ
Answer: দূষিতকাৰক
৫। সাগৰ-মহাসাগৰৰ পানীবোৰত কি দ্য়ৱীভূত হৈ থাকে?
মাছ
নিমখ
এছিড
Answer: নিমখ
৬। কোনে ১৭৯৮ চনত “Rime of the Ancient Mariner” কবিতাটো লিখিছিল?
মিত্ৰদেৱ মহন্ত
এচ.চি. কালৰিজে
গুৰুপ্ৰসাদ দাসে
Answer: এচ.চি. কালৰিজে
৭। কি প্ৰক্ৰিয়াৰ দ্বাৰা সাগৰৰ পানী পুণৰ আহি সাগৰতে পৰেহি?
জলচক্ৰ
জলজ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: জলচক্ৰ
৮। এচ.চি. কালৰিজে কিমান চনত “Rime of the Ancient Mariner” নামৰ কবিতাটো লিখিছিল?
২০১৯
১৭৯৮
২০০৩
Answer: ১৭৯৮
৯। পানীৰ পৰাও প্ৰতিফলন হয়নে?
নহয়
হয়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: হয়
১০। কিহৰ পৰা পানী এৰি দিয়া হয়?
চুইছ গেত
পানী গেত
তোল গেত
Answer: চুইছ গেত
১১। পানীত গছৰ পাত পৰিলে কি হয়?
পানী পৰিষ্কাৰ হয়
পানী সাৰ হয়
পানী লেতেৰা হয়
Answer: পানী সাৰ হয়
১২। পুখুৰীত বৰ্জিত পানী জমা হ’লে পুখুৰীৰ চাৰিওকাষে কি গছ ৰোপণ কৰিব লাগে?
ইউকেলিপটাছ গছ
আম গছ
কঁঠাল গছ
Answer: ইউকেলিপটাছ গছ
১৩। ব্য়ৱহৃত পানী কি?
বৰ্জিত পানী
লেতেৰা পানী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বৰ্জিত পানী
১৪। এটা মানৱীয় আৰু আদৰ্শ কৰ্ম পন্থা গ্ৰহণ কৰাৰ বাবে কোনেও কাৰো অপেক্ষা কৰিব নালাগে বুলি কোনে কৈছিল?
গুৰুপ্ৰসাদ দাসে
মহাত্মা গান্ধীয়ে
এচ.চি. কালৰিজে
Answer: মহাত্মা গান্ধীয়ে
১৫। ভূ-পৃষ্ঠৰ পানী আৰু ভূ-গৰ্ভৰ পানী কেনেকুৱা?
প্ৰদূষিত
পৰিষ্কাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰদূষিত
১৬। কুৱা, দমকল, নিজৰা আদিৰ পানী কৰ পানী?
বায়ু মণ্ডলৰ
জলম ণ্ডলৰ
ভূগৰ্ভস্থ
Answer: ভূগৰ্ভস্থ
১৭। বৰ্জিত পানী উপচাৰত কি প্ৰক্ৰিয়া জড়িত?
জলজ
এছিড
ভৌতিক
Answer: ভৌতিক
১৮। বিশুদ্ধ পানী মানৱ জীৱনৰ কি প্ৰয়োজন?
ভৌতিক
ৰাসায়নিক
মৌলিক
Answer: মৌলিক
১৯। বৰ্জিত পানী উপচাৰ কৰা প্ৰক্ৰিয়াটোক কি বোলে?
মৌলিক উপচাৰ
ভৌতিক উপচাৰ
পূতিজল উপচাৰ
Answer: পূতিজল উপচাৰ
২০। পূতিজলৰ আন এটা নাম কি?
বিশুদ্ধজল
নলাৰে প্ৰৱাহিত মলিয়ন পানী
পৰিষ্কাৰজল
Answer: নলাৰে প্ৰৱাহিত মলিয়ন পানী