Chapter 13
গতি আৰু সময়
১। গতিৰ ভাগ কেইটা আৰু কি কি?
২ ভাগত
৩ ভাগত
১ ভাগত
Answer: ৩ ভাগত
২। দোলনাত শিশু এটাই কৰা গতিটো হৈছে?
পৰ্যাবৃত্ত গতি
বৃত্ত গতি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পৰ্যাবৃত্ত গতি
৩। বাইচাইকেলৰ চকাৰ গতিটো হৈছে?
পৰ্যাবৃত্ত গতি
বৃত্ত গতি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বৃত্ত গতি
৪। সৰলৰেখাত কৰা গতিটো হৈছে
সৰলৰৈখিক গতি
দোলন গতি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সৰলৰৈখিক গতি
৫। নিজৰ গতি পুৰনাবৃত্তি কৰা গতিটো হৈছে?
দোলন গতি
বৃত্ত গতি
ৰ্পযাবৃত্ত গতি
Answer: ৰ্পযাবৃত্ত গতি
৬। কোনো বস্তুৱে একক সময় অতিক্ৰম কৰা দূৰত্বক আমি বস্তুকি বুলি কওঁ?
সময়
দ্ৰুতি
দ্ৰতি
Answer: দ্ৰুতি
৭। দ্ৰুতি ৰাশিটোৱে কি বুজাই?
ঘড়ী
সময়
গড় দ্ৰুতি
Answer: গড় দ্ৰুতি
৮। সৰল ৰেখাৰে গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে, তেনে গতিক কি বোলে?
সৰল গতি
বিষম গতি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিষম গতি
৯। সৰল ৰেখাৰে একে দ্ৰুতিত গতি কৰি থাকিলে তাক কি গতি বোলে?
বিষম গতি
সুষম গতি
সৰল গতি
Answer: সুষম গতি
১০। ধাতুৰ বলটোক কি বুলি কোৱা হয়?
দোলক
দোলকপিণ্ড
ইয়াৰ ভিতৰত এটাও নহয়
Answer: দোলকপিণ্ড
১১। পৰ্যাবৃত্ত গতিৰ আন এটা নাম কি?
দোলক
দোলায়িত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: দোলায়িত
১২। একক চিহ্নবোৰ কিহত লিখা হয়?
বহিত
কাঠত
একক বচনত
Answer: একক বচনত
১৩। প্ৰদও দোলক এটা কি?
পৰ্যায়কাল ধ্ৰুৱক
সময়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পৰ্যায়কাল ধ্ৰুৱক
১৪। এটা বলৰ দ্বাৰা দ্ৰুতিৰ জোখ লব পাৰেনে?
নোৱাৰে
পাৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাৰে
১৫। গাড়ীৰ ডেছব’ৰ্ড যন্ত্ৰটো হ’ল?
তাপমেটাৰ
দ্ৰুতিমেতাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: দ্ৰুতিমেতাৰ
১৬। দ্ৰুতিমেতাৰৰ আন এটা নাম কি?
স্পিড’মিটাৰ
থাৰ্ম’মিটাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: স্পিড’মিটাৰ
১৭। দূৰত্বমেতাৰৰ আন এটা নাং কি?
দ্ৰুতিমেতাৰ
স্পিড’মিটাৰ
অড’মিটাৰ
Answer: অড’মিটাৰ
১৮। কোনো এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক তাৰ কি বুলি কোৱা হয়?
দ্ৰুতি
সময়
তাপ
Answer: দ্ৰুতি
১৯। মৰণা মৰি থাকোতে মৰি থকা ঘূৰণটো হৈছে?
বৃত্ত গতি
দোলন গতি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বৃত্ত গতি
২০। জনা নিৰ্দিষ্ট ৰাশিক কি বোলে?
দৈঘ্য়
একক
সময়
Answer: একক