Chapter 12
উদ্ভিদৰ প্ৰজনন
১। নিজৰ দৰে একে জীৱ জন্ম দিয়াটো সকলো জীৱৰে এটা কি?
কাম
ধৰ্ম
বৈশিষ্ট্য়
Answer: বৈশিষ্ট্য়
২। জীৱৰপৰা নতুন সতি-সন্ততি জন্ম হোৱাক কি বোলে?
অংগজ অংশ
প্ৰজনন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰজনন
৩। উদ্ভিদৰ শিপা, ডাল আৰু পাত থকা অংশ বোৰক কি বোলে?
গছৰ অংশ
শিপাৰ অংশ
অংগজ অংশ
Answer: অংগজ অংশ
৪। এটা নিৰ্দিষ্ট বৃদ্ধিৰ পিছত বেছি ভাগ উদ্ভিদে কি ধাৰণ কৰে?
ফল
ফুল
শিপা
Answer: ফুল
৫। ফুল বোৰে উদ্ভিদৰ কি কাম কৰে?
খাদ্য় প্ৰস্তুত কৰাত
শিপা গজাত
Answer:
৬। ফুল বোৰে উদ্ভিদৰ কি?
অংশ
অংগ
প্ৰজননৰ অংশ
Answer: প্ৰজননৰ অংশ
৭। প্ৰজননৰ প্ৰক্ৰিয়াক কেই ভাগত ভাগ কৰা হৈছে?
২
৪
৬
Answer: ২
৮। উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদ জন্ম দিব পৰা প্ৰক্ৰিয়ৈটোক কি বোলে?
যৌন প্ৰজনন
অযৌন প্ৰজনন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অযৌন প্ৰজনন
৯। উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদ জন্ম দিব পৰা প্ৰক্ৰিয়ৈটোক কি বোলে?
অযৌন প্ৰজনন
যৌন প্ৰজনন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: যৌন প্ৰজনন
১০। উদ্ভিদৰ অংগজ অংশৰ পৰা বংশ বৃদ্ধি হোৱাক কি বোলে?
গছৰ বংশ বৃদ্ধি
অংগজ বংশ বিস্তাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অংগজ বংশ বিস্তাৰ
১১। গোলাপ ফুলৰ ডালিৰ পৰা পোখা মোলা প্ৰক্ৰিয়াটো হ’ল
যৌন প্ৰক্ৰিয়া
অযৌন প্ৰক্ৰিয়া
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অযৌন প্ৰক্ৰিয়া
১২। গোলাপ ফুলৰ কাটি থোৱা ডালটো হ’ল
কলম শাখা
শাখা কলম
ইয়াৰ ভিতৰত এটাও নহয়
Answer: শাখা কলম
১৩। আলু গছৰ ক’ৰ পৰা গজালি ওলাই?
গা গছৰ পৰা
চকুৰ পৰা
ছালৰ পৰা
Answer: চকুৰ পৰা
১৪। ফুলৰ কলিৰ আন এটা নাম কি?
কাণ্ড
শিপা
মুকুল
Answer: মুকুল
১৫। আদা গছৰ ক’ৰ পৰা গজালি ওলাই?
কাণ্ডৰ পৰা
ফুলৰ পৰা
চকুৰ পৰা
Answer: চকুৰ পৰা
১৬। আলুৰ সাঁচক কি বোলে?
চকু
শিপা
মুল
Answer: চকু
১৭। নতুন উদ্ভিদ কিহে জন্ম দিব পাৰে?
ফুলে
ফলে
মুকুলে
Answer: মুকুলে
১৮। মিঠা আলুৰ কোন অংশই উদ্ভিদ জন্ম দিব পাৰে?
পাতে
ফুলে
শিপাই
Answer: শিপাই
১৯। কি প্ৰজননৰ দ্বাৰা উদ্ভিদে গজিবলৈ অতি কম সময় লয়?
উদ্ভিদৰ প্ৰজননৰ দ্বাৰা
অংগজ প্ৰজননৰ দ্বাৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অংগজ প্ৰজননৰ দ্বাৰা
২০। পাতৰ পৰা কি আকাৰে পানী ওলাই যায়?
প্ৰচ্ছেদন আকাৰে
বাষ্প আকাৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বাষ্প আকাৰে