Chapter 1
উদ্ভিদৰ পৰিপুষ্টি
১। জীৱই কিয় খাদ্য গ্ৰহণ কৰে?
শৰীৰৰ বৃদ্ধি
জীয়াই থাকিবলৈ
শক্তি পাবলৈ
Answer: শৰীৰৰ বৃদ্ধি
২। সেউজীয়া উদ্ভিদে কিহৰ সহায়ত খাদ্য় প্ৰস্তুত কৰে?
সূৰ্য পোহৰ ,পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত
মাটিৰ সহায়ত
বায়ুৰ সহায়ত
Answer: সূৰ্য পোহৰ ,পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত
৩। উদ্ভিদৰ কোন অংশয়ে খাদ্য় প্ৰস্তুত কৰে?
শিপায়ে
গা-গছ দালে
পাতে
Answer: পাতে
৪। উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত নিৰ্গত হোৱা গেছ বিধ হ’ল।
নাইট্ৰ’জেন গেছ
অক্সিজেন গেছ
কাৰ্বন-ডাই-অক্সাইড
Answer: অক্সিজেন গেছ
৫। অমৰলতা হ’ল?
মৃতজীৱী
পৰজীৱী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পৰজীৱী
৬। কোন বিধ উদ্ভিদে পোক-পতংগক খাদ্য় পিচাপে গ্ৰহণ কৰে?
গোলাপ ফুল
জৱাফুল
কলচী উদ্ভিদ
Answer: কলচী উদ্ভিদ
৭। ভেঁকুৰে কিহৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে?
মৃত, গেলি-পচি যোৱা সামগ্ৰীৰপৰা
পানীৰ পৰা
বায়ুৰ পৰা
Answer: মৃত, গেলি-পচি যোৱা সামগ্ৰীৰপৰা
৮। ভেকুৰ হ’ল?
পৰজীৱী
মৃতজীৱী
স্বপোষী
Answer: মৃতজীৱী
৯। সালোকসংশ্লেষণ বাবে আৱশ্য়কীয় উপাদান হ’ল?
বায়ু
পত্ৰহৰিৎ আৰু সূৰ্যৰশ্মি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পত্ৰহৰিৎ আৰু সূৰ্যৰশ্মি
১০। উদ্ভিদৰ সকলো অংশতে খাদ্য় প্ৰস্তুত কৰেনে?
নকৰে
কৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নকৰে
১১. শেলাই বোৰৰ ৰং কিয় সেউজীয়া হয়, কাৰণ সিঁহতৰ দেহত
পৰজীৱ বাবে
পত্ৰহৰিৎ বাবে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পত্ৰহৰিৎ বাবে
১২. কৃষকে মাটিত নাইট্ৰ’জেন বৃদ্ধি কৰিবৰ বাবে কি সাৰ প্ৰয়োগ কৰে?
গোব সাৰ
ৰাসায়নিক সাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৰাসায়নিক সাৰ
১৩. যিজোপা উদ্ভিদ বগাই যায় সেই জোপা উদ্ভিদক কি বুলি কোৱা হয়?
পৰজীৱী উদ্ভিদ
পোষক উদ্ভিদ
মৃতজীৱী উদ্ভিদ
Answer: পোষক উদ্ভিদ
১৪. বায়ুত যথেষ্ট পৰিমাণে পোৱা গেছ বিধৰ নাম কি?
অক্সিজেন
কাৰ্বন-ডাই-অক্সাইড
নাইট্ৰ’জেন
Answer: নাইট্ৰ’জেন
১৫. কোন বিধ উদ্ভিদে অন্য় জীৱৰ পৰা পুষ্টি আহৰণ কৰে?
পোষকীয় উদ্ভিদ
পৰজীৱী আৰু মৃতজীৱী উদ্ভিদ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পৰজীৱী আৰু মৃতজীৱী উদ্ভিদ
১৬. সেউজীয়া উদ্ভিদ বোৰ হ’ল?
পৰপোষী
স্বপোষী
পৰজীৱী
Answer: স্বপোষী
১৭. জীৱই জীয়াই থাকিবৰ বাবে কি গেছ ব্য়ৱহাৰ কৰে?
নাইট্ৰ’জেন
অক্সিজেন
কাৰ্বন-ডাই-অক্সাইড
Answer: কাৰ্বন-ডাই-অক্সাইড গেছ
১৮. সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে কি গেছ লয়?
কাৰ্বন-ডাই-অক্সাইড গেছ
অক্সিজেন গেছ
নাইট্ৰ’জেন গেছ
Answer: স্বপোষণ পৰিপুষ্টি জীৱ
১৯. জীৱই কিছুমান সৰল পদাৰ্থৰ পৰা নিজে নিজৰ আহাৰ তৈয়াৰ কৰি লব পৰা জীৱক?
পৰপোষী জীৱ
স্বপোষণ পৰিপুষ্টি জীৱ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: গছ যোপাক পানী আৰু মাটিত সামোচ মাৰি ধৰি ৰসা
২০. শিপাৰ কাম কি?
গছ যোপাক পানী আৰু মাটিত সামোচ মাৰি ধৰি ৰসা
খাদ্য় যোগান ধৰিবলৈ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: গছ যোপাক পানী আৰু মাটিত সামোচ মাৰি ধৰি ৰসা