Chapter 8
জীৱন ধাৰণৰ প্ৰণালী
1. ভীমবেট্কা গুহা ক’ত আছে ?
(ক)অন্ধ্ৰপ্ৰদেশত।
(খ)মধ্য়প্ৰদেশত।
(গ)গুজৰাটত।
উত্তৰঃ (খ)মধ্য়প্ৰদেশত।
2. আদিম যুগত প্ৰধান ব্য়ৱহাৰৰ সঁজুলি কি ?
(ক)শিল।
(খ)কুঠা।
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)শিল।
3. পানিক নামৰ দলটোত কিমানজন মানুহে বাস কৰিছিল ?
(ক)চল্লিস জন।
(খ)পঁচিছ জন।
(গ)ত্ৰিছ্ জন।
উত্তৰঃ (খ)পঁচিছ জন।
4. দাওজালি হাডিং নামৰ ঠাইখন কোন জিলাৰ অন্তগৰ্ত ?
(ক)শিৱসাগৰ।
(খ)কাৰ্বি আংলং।
(গ)ডিমা হাছাও।
উত্তৰঃ (গ)ডিমা হাছাও।
5. ভৈয়ামৰ সমতল ভূমিত মানুহে কি পাতি বসবাস কৰে ?
(ক)চুবুৰি পাতি।
(খ)গাওঁ পাতি।
(গ)সমাজ পাতি।
উত্তৰঃ (খ)গাওঁ পাতি।
6. গাঁও অঞ্চলৰ কিছু লোক কি শিল্পৰ লগত জড়িত ?
(ক) মৃৎ শিল্পৰ লগত জড়িত।
(খ) কুটীৰ শিল্প লগত জড়িত।
(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ
উত্তৰঃ (খ) কুটীৰ শিল্প লগত জড়িত।
7. কোন অঞ্চলৰ লোকে জুম খেতি কৰে ?
(ক)পাহাৰীয়া অঞ্চলৰ লোকে।
(খ)চাহ বাগিচাৰ অঞ্চলৰ লোকে।
(গ)ভৈয়ামৰ গাওঁ অঞ্চলৰ লোকে।
উত্তৰঃ (ক)পাহাৰীয়া অঞ্চলৰ লোকে।
8. আদিম মানুহে কি জীৱন যাপন কৰিছিল ?
(ক) উন্নত জীৱন যাপন।
(খ) অঘৰী জীৱন যাপন ।
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (খ) অঘৰী জীৱন যাপন ।
9. খৰালি কালত পাহাৰীয়া অঞ্চলত কি অভাৱ হয় ?
(ক)বাসস্থানৰ।
(খ)খাদ্য়ৰ।
(গ)পানীৰ।
উত্তৰঃ (গ)পানীৰ।
10. চৰ অঞ্চলৰ লোকে কি খেতি কৰে ?
(ক)ৰবি খেতি।
(খ)ধান খেতি।
(গ)জুম খেতি।
উত্তৰঃ (ক)ৰবি খেতি।