Chapter 7
আহাৰৰ প্ৰয়োজনীয়তা
1. আমাৰ শৰীৰ বৃদ্ধিত কিহে সহায় কৰে ?
(ক)বাসস্থানে।
(খ)পানীয়ে।
(গ)আহাৰে।
উত্তৰঃ (গ)আহাৰে।
2. কোন কেইবিধ উপাদানে শৰীৰত শক্তি যোগায় ?
(ক)কাৰ্ব’হাইড্ৰেট আৰু খনিজ পদাৰ্থ।
(খ)ভিটামিন আৰু খনিজ পদাৰ্থ।
(গ)প্ৰ’টিন।
উত্তৰঃ (ক)কাৰ্ব’হাইড্ৰেট আৰু খনিজ পদাৰ্থ।
3. আহাৰৰ কোন বিধ উপাদানে দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে ?
(ক)শৰ্কৰা।
(খ)খনিজ দ্ৰব্য়।
(গ)চৰ্বি।
উত্তৰঃ (খ)খনিজ দ্ৰব্য়।
4. শাক-পাচলিত কিমান শতাংশতকৈ অধিক পানী থাকে ?+
(ক)100 শতাংশ।
(খ)90 শতাংশ।
(গ)97 শতাংশ।
উত্তৰঃ (খ)90 শতাংশ।
5. আহাৰৰ উপাদান কেইবিধ ?
(ক)সাতবিধ।
(খ)তিনিবিধ।
(গ)ছয়বিধ।
উত্তৰঃ (গ)ছয়বিধ।
6. কি ভিটামিনৰ অভাৱত মানুহৰ চকুৰ দৃষ্টিশক্তি কমি গৈ কুকুৰীকণা হয় ?
(ক)ভিটামিন A
(খ)ভিটামিন E
(গ)ভিটামিন D
উত্তৰঃ (ক)ভিটামিন A
7. দীৰ্ঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত হোৱা বেমাৰ বিধৰ নাম কি ?
(ক) মেদবহুলতা।
(খ) অভাৱজনিত ৰোগ।
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (খ) অভাৱজনিত ৰোগ।
8. ভিটামিন B ৰ অভাৱত কি ৰোগ হয় ?
(ক)মাংসপেশী দুৰ্বল হয়।
(খ)কুকুৰীকণা হয়।
(গ)বেৰিবেৰি বেমাৰ হয়।
উত্তৰঃ (গ)বেৰিবেৰি বেমাৰ হয়।
9. কোন দুবিধ উপাদান অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধি সম্পূৰ্ণভাৱে বন্ধ হয় ?
(ক)ভিটামিন আৰু চৰ্বি।
(খ)খনিজ দ্ৰব্য় আৰু পানী।
(গ)শৰ্কৰা আৰু প্ৰ’টিন।
উত্তৰঃ (গ)শৰ্কৰা আৰু প্ৰ’টিন।
10. শৰীৰত তেজৰ কণিকা গঠন হ’বলৈ কি প্ৰয়োজন হয় ?
(ক)কেলচিয়াম।
(খ)লোৰ।
(গ)আয়’ডিন।
উত্তৰঃ (খ)লোৰ।
11. পকা আম আহাৰৰ কোন বিধ উপাদান ?
(ক)শৰ্কৰা।
(খ)ভিটামিন।
(গ)প্ৰ’টিন।
উত্তৰঃ (ক)শৰ্কৰা।
12. নাৰিকল আহাৰৰ কোনবিধ উপাদান ?
(ক)প্ৰ’টিন।
(খ)চৰ্বি।
(গ)খনিজ দ্ৰব্য়।
উত্তৰঃ (খ)চৰ্বি।
13. আমাৰ অসমখনক সংস্কৃতিক বাৰেৰহণীয়া আৰু বৈচিত্ৰ্য়পূৰ্ণ সংস্কৃতিক বুলি কিয় কোৱা হয় ?
(ক)ধৰ্ম নিৰপেক্ষতাৰ কাৰণে
(খ)বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতি, ৰীতি-নীতি একে হোৱাৰ বাবে
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (খ)বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতি, ৰীতি-নীতি একে হোৱাৰ বাবে
14. ‘সংস্কৃতি’ শব্দটোৰ অৰ্থ কেনেকুৱা ?
(ক)জন-জাতি
(খ)বিশাল
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)বিশাল
15. শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল ?
(ক)হিন্দু ধৰ্ম
(খ)বৈষ্ণৱ ধৰ্ম
(গ)শিক্ষাৰ ধৰ্ম
উত্তৰঃ (খ)বৈষ্ণৱ ধৰ্ম
16. কীৰ্তন কোনে ৰচনা কৰিছিল ?
(ক)শংকৰদেৱে
(খ)মাধৱদেৱে
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)শংকৰদেৱে
17. মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰক কি বুলি কোৱা হয় ?
(ক)নামঘোষা
(খ)বৰনামঘৰ
(গ)জাতীয় নাটশালা
উত্তৰঃ (গ)জাতীয় নাটশালা
18. মাঘ বিহুত কি কৰা হয় ?
(ক)হুঁচৰি গোৱা হয়
(খ)তুলসীৰ তলত চাকি জলোৱা হয়
(গ)মেজি জ্বলাই সেৱা লোৱা হয়
উত্তৰঃ (গ)মেজি জ্বলাই সেৱা লোৱা হয়
19. অসমৰ স্থানীয় ভাষা অসমীয়াৰ কেইটা ৰূপ আছে ?
(ক)দুটা
(খ)তিনিটা
(গ)চাৰিটা
উত্তৰঃ (ক)দুটা
20. তেজপুৰত কি আছে ?
(ক)সূৰ্য পাহাৰ
(খ)অগ্নিগড়
(গ)পোৱামক্কা
উত্তৰঃ (খ)অগ্নিগড়