Chapter 18
আমাৰ চুবুৰীয়া ৰাজ্য়সমূহ
1. কিমান চনত নাগালেণ্ড ৰাজ্য়খনে পূৰ্ণাংগ ৰাজ্য় ৰূপে স্বীকৃতি পায় ?
(ক)1972 চনত।
(খ)1963 চনত।
(গ)1970 চনত।
উত্তৰঃ(খ)1963 চনত।
2. মিজোৰাম ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)ইটানগৰ।
(খ)আইজল।
(গ)ক’হিমা।
উত্তৰঃ(খ)আইজল।
3. অৰুণাচল প্ৰদেশত কোন কোন জনগোষ্ঠীয়ে বসবাস কৰে ?
(ক)আদি, নিচি, আপাটানি, মনপা আদি।
(খ)ত্ৰিপা, ৰিয়াং, ৰাংখল আদি।
(গ)মিজো, মাৰ আদি।
উত্তৰঃ(ক)আদি, নিচি, আপাটানি, মনপা আদি।
4. মেঘালয় ৰাজ্য়ত কোন কোন জনগোষ্ঠীয়ে বসবাস কৰে ?
(ক)আংগামী, চেমা, আও আদি।
(খ)আদি, ৰিয়াং, ৰাংখল আদি।
(গ)খাচী, গাৰো, জয়ন্তীয়া আদি।
উত্তৰঃ(গ)খাচী, গাৰো, জয়ন্তীয়া আদি।
5. খাচীসকলৰ প্ৰধান উৎসৱ কি ?
(ক)দনয়িপ’ল।
(খ)নংক্ৰেন।
(গ)বৰদিন।
উত্তৰঃ(খ)নংক্ৰেন।
6. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্য়ান পৃথিৱীৰ বিখ্য়াত ?
(ক)কাজিৰঙা।
(খ)মানাহ।
(গ)ওৰাং।
উত্তৰঃ(ক)কাজিৰঙা।
7. ত্ৰিপুৰাৰ ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)আগৰতলা।
(খ)ছিলং।
(গ)ইম্ফল।
উত্তৰঃ(ক)আগৰতলা।
8. মণিপুৰ ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)ইটানগৰ।
(খ)ইম্ফল।
(গ)দিছপুৰ।
উত্তৰঃ(খ)ইম্ফল।
9. কিমান চনত মেঘালয় ৰাজ্য়খনে পূৰ্ণাগ ৰাজ্য় ৰূপে স্বীকৃতি পায় ?
(ক)1963 চনত।
(খ)1972 চনত।
(গ)1970 চনত।
উত্তৰঃ(খ)1972 চনত।
10. মেঘালয় ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)ৰায়পুৰত।
(খ)ৰাঁচীত।
(গ)ছিলংত।
উত্তৰঃ(গ)ছিলংত।