Chapter 17
আমাৰ দেশ ভাৰতবৰ্ষ
1. কোন ৰজা অনুসৰি আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হ’ল ?
(ক)বাণ ৰজা।
(খ)আহোম ৰজা।
(গ)ভৰত ৰজা।
উত্তৰঃ (গ)ভৰত ৰজা।
2. দক্ষিণৰ শেষ স্থানত কি দ্বীপ অৱস্থিত ?
(ক)শ্ৰীলংকা।
(খ)আন্দামান নিকোবৰ দ্বীপপুঞ্জ।
(গ)লাক্ষাদ্বীপ।
উত্তৰঃ (ক)শ্ৰীলংকা।
3. ভূ-প্ৰাকৃতিকভাৱে ভাৰতক কেইটা ভাগত ভাগ কৰি পাৰি ?
(ক)তিনিটা।
(খ)চাৰিটা।
(গ)ছয়টা।
উত্তৰঃ (খ)চাৰিটা।
4. হিমালয় পৰ্বতমালাই ভাৰতৰ কোন দিশত আৱৰি আছে ?
(ক)পূব আৰু পশ্চিম দিশত।
(খ)পূব আৰু উত্তৰ দিশত।
(গ)দক্ষিণ আৰু উত্তৰ দিশত।
উত্তৰঃ (খ)পূব আৰু উত্তৰ দিশত।
5. তেলেংগানা ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)ইটানগৰ।
(খ)জয়পুৰ।
(গ)হায়দৰাবাদ।
উত্তৰঃ (গ)হায়দৰাবাদ।
6. ঝাড়খণ্ড ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)ৰাঁচী।
(খ)ডেৰাডুন।
(গ)চিমলা।
উত্তৰঃ (ক)ৰাঁচী।
7. কিমানটা ভাষা সংবিধানৰ অন্তভূক্ত ?
(ক)26 টা।
(খ)22 টা।
(গ)250 টা।
উত্তৰঃ (খ)22 টা।
8. ভাৰতবৰ্ষত কেইখন ৰাজ্য় আছে ?
(ক)26 খন।
(খ) 33 খন
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (গ) ওপৰৰ এটাও শুদ্ধ নহয়।
9. ভাৰতবৰ্ষ কেইখন কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত ?
(ক)7 খন।
(খ)29 খন।
(গ)5 খন।
উত্তৰঃ (ক)7 খন।
10. স্বাধীন ভাৰতৰ প্ৰথমগৰাকীৰ শিক্ষামন্ত্ৰী কোন আছিল ?
(ক)গোপীনাথ বৰদলৈ।
(খ)ইন্দিৰা গান্ধী।
(গ)মৌলানা আবুল কালাম আজাদ।
উত্তৰঃ (গ)মৌলানা আবুল কালাম আজাদ।
11. স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মূখ্য়মন্ত্ৰী কোন আছিল ?
(ক)বল্লভাই পেটেল।
(খ)সৰোজিনী নাইডু।
(গ)লোকপ্ৰিয় গোপীনাথ বৰদলৈ।
উত্তৰঃ (গ)লোকপ্ৰিয় গোপীনাথ বৰদলৈ।
12. ছট্টিশগড় ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?
(ক)চেন্নাই।
(খ)ৰায়পুৰ।
(গ)জয়পুৰ।
উত্তৰঃ (খ)ৰায়পুৰ।