Chapter 15
আমাৰ সংবিধান
1. গণতন্ত্ৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ?
(ক)29 জানুৱাৰী।
(খ)25 জানুৱাৰী।
(গ)26 জানুৱাৰী।
উত্তৰঃ (গ)26 জানুৱাৰী।
2. ভাৰতৰ সংবিধানখন কিমান চনত কাৰ্যকৰী কৰা হয় ?
(ক)1950 চনত।
(খ)1947 চনত।
(গ)1942 চনত।
উত্তৰঃ (ক)1950 চনত।
3. সংবিধান সভা কিমান চনত গঠন কৰা হয় ?
(ক)1947 চনত।
(খ)1946 চনত।
(গ)1950 চনত।
উত্তৰঃ (খ)1946 চনত।
4. সংবিধান সভাৰ সভাপতি কোন আছিল ?
(ক)বল্লভাই পেটেল।
(খ)ড॰ ৰাজেন্দ্ৰ প্ৰসাদ।
(গ)সৰোজিনী নাইডু।
উত্তৰঃ (খ)ড॰ ৰাজেন্দ্ৰ প্ৰসাদ।
5. সংবিধান খচৰা সমিতিৰ প্ৰধিনিধি কোন আছিল ?
(ক)জৱাহৰলাল নেহৰু।
(খ)মৌলানা আবুল কালাম আজাদ।
(গ)চৈয়দ মহম্মদ চাদুল্লা
উত্তৰঃ (গ)চৈয়দ মহম্মদ চাদুল্লা
6. সংবিধানখন লিখি উলিয়াবলৈ কিমান বছৰ কাল লাগিছিল ?
(ক)চাৰি বছৰ।
(খ)তিনি বছৰ।
(গ)দুই বছৰ।
উত্তৰঃ (খ)তিনি বছৰ।
7. সংবিধানে আমাক কিমান বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে ?
(ক)6 বিধ।
(খ)7 বিধ।
(গ)9 বিধ।
উত্তৰঃ (ক)6 বিধ।
8. ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য় কেইটা আছে ?
(ক)12 টা।
(খ)11 টা।
(গ)6 টা।
উত্তৰঃ (খ)11 টা।
9. শিক্ষা অধিকাৰ আইন কিমান চনত প্ৰচলিত ?
(ক)2008 চনত।
(খ)2005 চনত।
(গ)2009 চনত।
উত্তৰঃ (গ)2009 চনত।
10. নিৰ্দেশনাত্মক নীতিসমূহক কেইটা ভাগত ভগোৱা হৈছে ?
(ক)তিনিটা ভাগত।
(খ)চাৰিটা ভাগত।
(গ)ছয়টা ভাগত।
উত্তৰঃ (খ)চাৰিটা ভাগত।