Chapter 14
স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা
1. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?
(ক)1832 চনত।
(খ)1826 চনত।
(গ)1825 চনত।
উত্তৰঃ (খ)1826 চনত।
2. অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল ?
(ক)সাতশ বছৰ।
(খ)ছয়শ বছৰ।
(গ)চাৰিশ বছৰ।
উত্তৰঃ (খ)ছয়শ বছৰ।
3. ব্ৰহ্মদেশ বৰ্তমান কোন জিলাৰ ?
(ক)ম্য়ানমাৰ।
(খ)নাগালেণ্ড।
(গ)মিজোৰাম।
উত্তৰঃ (ক)ম্য়ানমাৰ।
4. 1826 চনত বৃটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম ব্য়ক্তি কোন আছিল ?
(ক)পিয়লি ফুকন।
(খ)মণিৰাম দেৱান।
(গ)গোমধৰ কোঁৱৰ।
উত্তৰঃ (গ)গোমধৰ কোঁৱৰ।
5. কিমান চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্ৰোহ কৰিছিল ?
(ক)1826 চনত।
(খ)1830 চনত।
(গ)1965 চনত।
উত্তৰঃ (খ)1830 চনত।
6. চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল ?
(ক)1857 চনত।
(খ)1858 চনত।
(গ)1839 চনত।
উত্তৰঃ (ক)1857 চনত।
7. চিপাহী বিদ্ৰোহৰ গুৰি কোনে ধৰিছিল ?
(ক)ফৰ্মুদ আলি।
(খ)মণিৰাম দেৱান।
(গ)দুলীয়া বৰুৱা।
উত্তৰঃ (খ)মণিৰাম দেৱান।
8. কিমান চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল ?
(ক)1836 চনত।
(খ)1861 চনত।
(গ)1894 চনত।
উত্তৰঃ (খ)1861 চনত।
9. 1920-21 চনত মহাত্মা গান্ধীৰ নেতৃত্বত কি আন্দোলন হৈছিল ?
(ক)আইন অমান্য় আন্দোলন ।
(খ)ভাৰত ত্য়াগ আন্দোলন।
(গ)অসহযোগ আন্দোলন।
উত্তৰঃ (গ)অসহযোগ আন্দোলন।
10. কিমান চনত ভাৰত ত্য়াগ আন্দোলন হৈছিল ?
(ক)1852 চনত।
(খ)1942 চনত।
(গ)1945 চনত।
উত্তৰঃ (খ)1942 চনত।