Chapter 12
উদ্য়োগ
1. অসম কি খেতিৰ বাবে বিখ্য়াত ?
(ক)কপাহ খেতিৰ বাবে।
(খ)চাহ খেতিৰ বাবে।
(গ)ধান খেতিৰ বাবে।
উত্তৰঃ (খ)চাহ খেতিৰ বাবে।
2. কোন জিলাৰ টোকলাই নামৰ ঠাইত চাহৰ গৱেষণা কেন্দ্ৰ আছে ?
(ক)যোৰহাট জিলাৰ।
(খ)কামৰূপ জিলাৰ।
(গ)ডিব্ৰুগড় জিলাৰ।
উত্তৰঃ (ক)যোৰহাট জিলাৰ।
3. ভাৰতৰ প্ৰায় কিমান শতাংশ চাহ অসমৰ পৰাই উৎপাদন কৰা হয় ?
(ক)60 শতাংশ।
(খ)50 শতাংশ।
(গ)87 শতাংশ।
উত্তৰঃ (খ)50 শতাংশ।
4. চাহ উৎপাদনত ভাৰতৰ স্থান কিমান ?
(ক) দ্বিতীয়।
(খ) তৃতীয়।
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (গ) ওপৰৰ এটাও শুদ্ধ নহয়।
5. তেল উদ্য়োগ ক’ত আছে ?
(ক)ডিগবৈ, নুমলীগড় আদিত।
(খ)চাৰিদুৱাৰ, জাগীৰোড আদিত।
(গ)নামৰূপ, বোকাজান আদিত।
উত্তৰঃ (ক)ডিগবৈ, নুমলীগড় আদিত।
6. প্লাইউদ উদ্য়োগ ক’ত আছে ?
(ক)শিলঘাট, নামৰূপ আদিত।
(খ)তিনিচুকীয়া, মৰিয়নী আদিত।
(গ)কামপুৰ, বোকাজান আদিত।
উত্তৰঃ (খ)তিনিচুকীয়া, মৰিয়নী আদিত।
7. কিমান চনত বৰুৱাবামুণ গাঁৱত চেনি উদ্য়োগ স্থাপন কৰিছিল ?
(ক)1958 চনত।
(খ)1998 চনত।
(গ)1825 চনত।
উত্তৰঃ (ক)1958 চনত।
8. কিমান চনত বৃটিছে অসমত খাৰুৱা তেল আৱিস্কাৰ কৰিছিল ?
(ক)1998 চনত।
(খ)1958 চনত।
(গ)1825 চনত।
উত্তৰঃ (গ)1825 চনত।
9. ভাৰতত 200 ৰো অধিক কি উদ্য়োগ আছে ?
(ক)চেনি উদ্য়োগ।
(খ)কাগজ উদ্য়োগ।
(গ)ৰেচম উদ্য়োগ।
উত্তৰঃ (ক)চেনি উদ্য়োগ।
10. উত্তৰ ভাৰতৰ পৰা কিমান শতাংশ চেনি উৎপন্ন কৰা হয় ?
(ক)50 শতাংশ।
(খ)60 শতাংশ।
(গ)80 শতাংশ।
উত্তৰঃ (খ)60 শতাংশ।
11. ভাৰতৰ অন্য়তম বৃহৎ উদ্য়োগটোৰ নাম কি ?
(ক)চেমি উদ্য়োগ।
(খ)কপাহী বস্ত্ৰ উদ্য়োগ।
(গ)লো-তীখা উদ্য়োগ।
উত্তৰঃ (গ)লো-তীখা উদ্য়োগ।
12. চেনি উদ্য়োগৰ প্ৰধান কেঁচামাল কি ?
(ক) কুঁহিয়াৰ।
(খ) বাঁহ।
(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।
উত্তৰঃ (ক) কুঁহিয়াৰ।