Chapter 11
পৰিৱেশ প্ৰদূষণ
1. মেৰু অঞ্চলত শ্লেজ গাড়ী চোঁচৰাই কোন প্ৰাণীয়ে নিয়ে ?
(ক)সিংহ।
(খ)বল্গা হৰিণ।
(গ)বগা ভালুক।
উত্তৰঃ (খ)বল্গা হৰিণ।
2. মুম্বাই আৰু থানেৰ মাজত প্ৰায় 21 মাইল দীঘল ভাৰতৰবৰ্ষৰ প্ৰথম ৰে’লপথ চৰকাৰীভাৱে কিমান চনত মুকলি কৰা হয় ?
(ক)1853
(খ)1836
(গ)1895
উত্তৰঃ (ক)1853
3. অসমত ডিব্ৰু-শদিয়া ৰে’লপথ কিমান চনৰ ভিতৰত নিৰ্মাণ কৰা হয় ?
(ক)1958-1959
(খ)1689-1690
(গ)1882-1884
উত্তৰঃ (গ)1882-1884
4. তলত উল্লেখ কৰা কোন কেইখন গাড়ী ৰে’লপথত চলা ?
(ক)নাওঁ, ছাবমেৰিন।
(খ)ৰিক্সা, চাইকেল।
(গ)ৰে’লগাড়ী, ট্ৰাম বাছ।
উত্তৰঃ (গ)ৰে’লগাড়ী, ট্ৰাম বাছ।
5. বৰ্তমান অসমত প্ৰায় কিমান কিলোমিটাৰ পথ নিৰ্মান কৰা হৈছে ?
(ক)42,586
(খ)42,641
(গ)42,653
উত্তৰঃ (খ)42,641
6. ভাৰতত কিমানটা প্ৰধান জাহাজ বন্দৰ আছে ?
(ক)15 টা।
(খ)12 টা।
(গ)19 টা।
উত্তৰঃ (খ)12 টা।
7. কিমান চনৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচলৰ আৰম্ভ হয় ?
(ক)1956
(খ)1943
(গ)1981
উত্তৰঃ (গ)1981
8. কোন কেইখন ঠাইত বৰ্তমানলৈ ৰে’লপথৰ ব্য়ৱস্থা হোৱা নাই ?
(ক)মনিপুৰ আৰু ত্ৰিপুৰা।
(খ)মেঘালয় আৰু ছিকিম।
(গ)অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড।
উত্তৰঃ (খ)মেঘালয় আৰু ছিকিম।
9. ভাৰতবৰ্ষত কিমানটা ৰাষ্ট্ৰীয় জলপথ আছে ?
(ক)তিনিটা।
(খ)চাৰিটা।
(গ)সাতটা।
উত্তৰঃ (ক)তিনিটা।
10. উৰাজাহাজ আৰু হেলিকপ্টাৰ এই কেইখন কোন ঠাইত চলা বাহন ?
(ক)আলিবাটত চলা।
(খ)আকাশত চলা।
(গ)পানীত চলা।
উত্তৰঃ (খ)আকাশত চলা।