Chapter 5
মাকণৰ চিঠি
১। স্কুলৰ চৌহদত কাঠ মিস্ত্ৰিজনে কি কৰি আছিল ?
(ক) প্ৰধান শিক্ষকৰ লগত কথা পাতি আছিল
(খ) কাঠৰ আচ্বাব্ সাজি আছিল
(গ) এটাও নহয়
উত্তৰঃ (খ) কাঠৰ আচ্বাব্ সাজি আছিল
২। কেতিয়া মাকণে মিস্ত্ৰিজনৰ ওচৰত থিয় হৈছিল ?
(ক) পানী খোৱা ছুটীৰ পৰত
(খ) বিদ্যালয় ছুটীৰ পৰত
(গ) এটাও নহয়
উত্তৰঃ (ক) পানী খোৱা ছুটীৰ পৰত
৩। কাক দেখি মিস্ত্ৰিজনে এখিলা কাগজ উলিয়াই দিছিল ?
(ক) প্ৰধান শিক্ষকক
(খ) মাকণক
(গ) এটাও নহয়
উত্তৰঃ (ক) প্ৰধান শিক্ষকক
৪। মাকণে বাচন ধোৱাৰ বাবে মাকৰপৰা কিমান টকা ল’লে ?
(ক) দুটকা
(খ) এটকা
(গ) এটাও নহয়
উত্তৰঃ (খ) এটকা
৫। মাকণে মাকৰ পৰা মুঠ কিমান টকা ল’লে ?
(ক) দুটকা
(খ) তিনি টকা
(গ) এটাও নহয়
উত্তৰঃ (খ) তিনি টকা
৬। মাকণৰ ভায়েকৰ নাম কি আছিল ?
(ক) বিপ্লৱ
(খ) বিকাশ
(গ) এটাও নহয়
উত্তৰঃ (ক) বিপ্লৱ
৭। যদি চিঠি দেউতাকলৈ লিখা হয় তেন্তে কি সম্বোধন কৰিব লাগে ?
(ক) পূজনীয়া বা শ্ৰদ্ধেয়া
(খ) পূজনীয় বা শ্ৰদ্ধেয়
(গ) এটাও নহয়
উত্তৰঃ (খ) পূজনীয় বা শ্ৰদ্ধেয়
৮। যদি চিঠি বন্ধুলৈ লিখা হয় তেন্তে কি বুলি লিখিব লাগে ?
(ক) প্ৰিয়
(খ) মৰমৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) প্ৰিয়
৯। ‘প্ল’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব
(ক) প + ল + ল
(খ) প + ল
(গ) এটাও নহয়
উত্তৰঃ (খ) প + ল
১০। নিজৰ মনৰ ভাব প্ৰকাশ কৰি লিখা বা কোৱা কথাক কি বোলে ?
(ক) ভাষা
(খ) ব্য়াকৰণ
(গ) এটাও নহয়
উত্তৰঃ (ক) ভাষা