Chapter 4
আগলি বাঁহত বগলীৰ বাহ
১। ল’ৰাহঁতে বৰহাঁকুটিৰে কি লৰাইছে ?
(ক) বাঁহগছ
(খ) আমৰ ডাল
(গ) এটাও নহয়
উত্তৰঃ (খ) আমৰ ডাল
২। গছৰ কাষতে কি আছে ?
(ক) খাল
(খ) হাট
(গ) এটাও নহয়
উত্তৰঃ (ক) খাল
৩। বৰষুণ পৰি আলি-বাটতো কি হৈছে ?
(ক) শুকান
(খ) পিছল
(গ) এটাও নহয়
উত্তৰঃ (খ) পিছল
৪। বগা বগলীৰ বাহ ক’ত আছে ?
(ক) আগলি বাঁহত
(খ) আমৰ ডালত
(গ) এটাও নহয়
উত্তৰঃ (ক) আগলি বাঁহত
৫। আমৰ ডাল লৰোৱা সঁজুলিটো কি ?
(ক) হাকুটি
(খ) বৰহাঁকুটি
(গ) এটাও নহয়
উত্তৰঃ (খ) বৰহাঁকুটি
৬। নিৰীহ চৰাইৰ বাহটি কিহে সাজিছে ?
(ক) শুকান ঘাঁহে
(খ) ঘাঁহে
(গ) এটাও নহয়
উত্তৰঃ (ক) শুকান ঘাঁহে
৭। আগলি বাঁহত দেখিছানে বাৰু _____________________ বাহ ,
(ক) বগা বগলীৰ
(খ) নিৰীহ চৰাইৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) বগা বগলীৰ
৮। খুৰাই ক’লে নাভাঙিবা দেই ______________ বাহ ,
(ক) বগা বগলীৰ
(খ) নিৰীহ চৰাইৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) নিৰীহ চৰাইৰ
৯। ভাল শব্দৰ বিপৰীত শব্দটো কি ?
(ক) বেয়া
(খ) দুষ্ট
(গ) এটাও নহয়
উত্তৰঃ (ক) বেয়া
১০। খগেনে খুৰাৰ হাতত ধৰি ____________ আগবঢ়াই দি ,
(ক) দিলে
(খ) ক’লে
(গ) এটাও নহয়
উত্তৰঃ (খ) ক’লে