Chapter 2
একতাৰ বল
১। মহীকান্ত বৰুৱা গাঁওখনৰ কি ?
(ক) ভাল খেতিয়ক
(খ) গাঁওবুঢ়া
(গ) এটাও নহয়
উত্তৰঃ (খ) গাঁওবুঢ়া
২। খেতিয়কজনৰ কেইজন পুতেক আছিল ?
(ক) চাৰিজন
(খ) তিনিজন
(গ) এটাও নহয়
উত্তৰঃ (ক) চাৰিজন
৩। খেতিয়কজনৰ পুতেককেইজনৰ মাজত কি নাছিল ?
(ক) মিলা-প্ৰীতি
(খ) দায়িত্ব
(গ) এটাও নহয়
উত্তৰঃ (ক) মিলা-প্ৰীতি
৪। এদিন খেতিয়কজনে পুতেককেইজনক কি ভাঙিবলৈ কৈছিল ?
(ক) ইটা
(খ) ইকৰাৰ কাঠী
(গ) এটাও নহয়
উত্তৰঃ (খ) ইকৰাৰ কাঠী
৫। বলেৰে নোৱাৰিলে ……………………. প্ৰয়োগ কৰিবা ।
(ক) বুদ্ধি
(খ) স্বভাৱ
(গ) এটাও নহয়
উত্তৰঃ (ক) বুদ্ধি
৬। জহকালি শব্দৰ অৰ্থ কি ?
(ক) শীতলকালি
(খ) গৰমকালি
(গ) এটাও নহয়
উত্তৰঃ (খ) গৰমকালি
৭। তেওঁৰ ……………. ভাল ।
(ক) স্বভাৱ
(খ) বুদ্ধি
(গ) এটাও নহয়
উত্তৰঃ (ক) স্বভাৱ
৮। মিলা-প্ৰীতি শব্দৰ অৰ্থ কি ?
(ক) একতা
(খ) চেষ্টা কৰি পোৱা
(গ) এটাও নহয়
উত্তৰঃ (ক) একতা
৯। পুতেককেইজনৰ মাজত মিল আছিলনে ?
(ক) আছিল
(খ) নাছিল
(গ) এটাও নহয়
উত্তৰঃ (খ) নাছিল
১০। কাণসাৰ শব্দৰ অৰ্থ কি ?
(ক) কোনো কথালৈ মনোযোগ দিয়া
(খ) কপাঁ, অস্থিৰ, অধীৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) কোনো কথালৈ মনোযোগ দিয়া