Chapter 3
নেপালীভাষী গোৰ্খাসকল
1) সাম্প্ৰতিক সময়ত ভাৰতৰ ‘নেপালীভাষী’ লোকক কি নামাৰে জনা যায় ?
ক) তামাং
খ) গোৰ্খা
গ) ৰাই
উত্তৰঃ খ) গোৰ্খা
2) ২০১১ চনৰ লোকপ্ৰিয়লৰ তথ্য়মতে অসমৰ নেপালীভাষী লোকৰ সংখ্য়া কিমান ?
ক) ৭, ৩৫, ১৯৮ গৰাকী
খ) ২, ২৯, ৮০০ গৰাকী
গ) ৫, ৯৬, ২১০ গৰাকী
উত্তৰঃ গ) ৫, ৯৬, ২১০ গৰাকী
3) কিমান খ্ৰী.পূ. ৰ পৰা অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল ?
ক) ৩১৩৯ খ্ৰী.পূ.
খ) ৩০১৫ খ্ৰী.পূ.
গ) ৩০২৯ খ্ৰী.পূ.
উত্তৰঃ ক) ৩১৩৯ খ্ৰী.পূ.
4) প্ৰাগজ্য়োতিষপুৰৰ ৰজা নৰকে ক’ত জন্ম গ্ৰহণ কৰিছিল ?
ক) যোৰহাটত
খ) বৰদোৱাত
গ) বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত
উত্তৰঃ গ) বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত
5) ‘নেপালী সত্ৰ’ কোনে স্থাপন কৰিছিল ?
ক) ছবিলাল উপাধ্য়ায়ে
খ) ৰতিকান্ত উপাধ্য়ায়ে
গ) দলবীৰ সিং লোহাৰ
উত্তৰঃ খ) ৰতিকান্ত উপাধ্য়ায়ে
6) কাৰ আহ্বানত স্বৰাজোত্তৰ লোকপিয়লত অধিকাংশ নেপালীভাষীয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি লিখিছিল ?
ক) ভক্ত বাহাদুৰ প্ৰধান
খ) প্ৰসাদ সিং চুব্বা
গ) অম্বিকাগিৰী ৰায় চৌধুৰী
উত্তৰঃ গ) অম্বিকাগিৰী ৰায় চৌধুৰী
7) ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱটোৰ নাম কি ?
ক) তিহাৰ
খ) বড়া দশৈ
গ) তীজ
উত্তৰঃ ক) তিহাৰ
8) ছবিলাল উপাধ্য়ায়ৰ জন্ম কিমান চনত হৈছিল ?
ক) ১৯১৫ চনৰ ২৬ জানুৱাৰীত
খ) ১৮৮২ চনৰ ১২ মে’ত
গ) ১৯১৫ চনৰ ১৫ মাৰ্চত
উত্তৰঃ খ) ১৮৮২ চনৰ ১২ মে’ত
9) ১৯৬৯ চনৰ ২৯ জুলাই তাৰিখে কাৰ মৃত্য়ু হৈছিল ?
ক) দলবাৰী সিং লোহাৰ
খ) হৰিপ্ৰসাদ গোৰ্খা ৰাই
গ) ছবিলাল উপাধ্য়ায়
উত্তৰঃ ক) দলবাৰী সিং লোহাৰ
10) হৰিপ্ৰসাদ গোৰ্খা ৰাই ৰ পিতৃ-মাতৃৰ নাম কি ?
ক) কুসুম্বৰ ভূঞা আৰু সত্য়সন্ধা
খ) ধনৰাজ ৰাই আৰু যশোদা ৰাই
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ খ) ধনৰাজ ৰাই আৰু যশোদা ৰাই