Chapter 5
মটকসকল
১) ‘মটক’ শব্দটি কি ভাষাৰ শব্দ ?
ক) ৰাভা ভাষাৰ
খ) টাই ভাষাৰ
গ) চুতীয়া ভাষাৰ
উত্তৰঃ খ) টাই ভাষাৰ
২) চাইলুং চুকাফাই মটকসকলক প্ৰথম ক’ত লগ পাইছিল ?
ক) পাহাৰীয়া অঞ্চলত
খ) যোৰহাটত
গ) টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া
উত্তৰঃ গ) টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া