Chapter 6
মৰাণসকল
১। মৰাণসকল অসম তথা কিহৰ আদিম অদিবাসী ?
(ক) উত্তৰ-পূৰ্বাঞ্চলৰ
(খ) দক্ষিণ-পূৰ্বাঞ্চলৰ
(গ) পশ্চিম-পূৰ্বাঞ্চলৰ
উত্তৰঃ (ক) উত্তৰ-পূৰ্বাঞ্চলৰ
২। মৰাণসকলৰ দিনতে অসমত কি কি যুগ চলি আছিল ?
(ক) তাম্ৰ যুগ, ব্ৰোঞ্জ যুগ
(খ) ব্ৰোঞ্জ যুগ, লৌহ যুগ
(গ) ইয়াত এটাও নহয়
উত্তৰঃ (গ) ইয়াত এটাও নহয়
৩। মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পৰ্কত কিবোৰ লোক একমত ?
(ক) পণ্ডিতলোক সকল
(খ) সকলো লোক
(গ) মূৰ্খ লোক সমূহ
উত্তৰঃ (ক) পণ্ডিতলোক সকল
৪। মুঠ কেইখন জিলাত মৰাণৰ সেৰেঙা বসতি দেখা ?
(ক) সাতখন
(খ) পাঁচখন
(গ) চাৰিখন
উত্তৰঃ (গ) চাৰিখন
৫। মৰাণসকলে বনাঞ্চলত কি পাতি বসবাস কৰি আহিছে ?
(ক) নগৰ
(খ) জিলা
(গ) গাওঁ
উত্তৰঃ (গ) গাওঁ
৬। উজনিৰ কছাৰীসকলৰ জনপ্ৰবাদৰ মতে কছাৰীসকলৰ কিমানটা বংশ আছিল ?
(ক) ছয়টা
(খ) বাৰটা
(গ) সোতৰটা
উত্তৰঃ (খ) বাৰটা
৭। আজিকালি মৰাণসকলৰ লগতে অন্য়ান্য় সকলকো একেলগে কি বুলি কোৱা হয় ?
(ক) লালুংমূলীয় লোক
(খ) দেউৰীমূলীয় লোক
(গ) ইয়াৰ এটাও নহয়
উত্তৰঃ (গ) ইয়াৰ এটাও নহয়
৮। বড়োমূলৰ আন কিমানটা ফৈদ কিতাপত দিয়া আছে ?
(ক) সাতটা
(খ) পাঁচটা
(গ) দুটা
উত্তৰঃ (গ) দুটা
৯। মৰাণ ভাষাত দি শব্দৰ অৰ্থ কি ?
(ক) মাটি
(খ) ভৰি
(গ) পানী
উত্তৰঃ (গ) পানী
১০। মোহন শইকীয়াই কেইজনমান শিক্ষিত ব্য়ক্তিক লগত লৈ ‘অসম মৰাণ সভা’ কিমান চনত গঠন কৰা হয় ?
(ক) ১৯৫৪ চনত
(খ) ১৯৮৪ চনত
(গ) ১৯৬৫ চনত
উত্তৰঃ (গ) ১৯৬৫ চনত