Chapter 1
গছ-গছনিৰ কথা
অনুশীলনী
১। উত্তৰ লিখা-
(ক) উদ্ভিদ এজোপাৰ অংশসমূহ নাম লিখা ।
উত্তৰঃ
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ
(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি ?
উত্তৰঃ
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম লিখা ।
উত্তৰঃ
(ঙ) গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা ।
উত্তৰঃ
(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা ।
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা –
(ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ __________ গেছ ব্যৱহাৰ কৰে ।
(খ) লিচু, জলফাই আদিৰ ________ গুটি থাকে ।
(গ) উদ্ভিদে বায়ুমণ্ডলত _____ গেছ আৰু কাৰ্বন-ডাই-অস্কাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে ।
(ঘ) ফুলৰ পৰাই ________উৎপন্ন হয় ।
(ঙ) ফুলৰ ৰং আৰু ________ কীট-পতংগক আকৰ্ষণ কৰে ।
৩। শুদ্ধ উত্তৰটোত ‘ চিন দিয়া –
(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন- ডাই-অক্সাইড/অক্সিজেন গেছ আহৰণ কৰে ।
উত্তৰঃ
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত/ৰাতি ফুলে ।
উত্তৰঃ
(গ) কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু/ শীত ঋতুত হোৱা ফল ।
উত্তৰঃ
(ঘ) মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।
উত্তৰঃ
৪। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা ।
উত্তৰঃ