Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ ১। অসমৰ প্ৰাকৃতিক সম্পদ সমূহক কেইটা ভাগত ভাগ কৰা হয় ? (ক) ৩টা (খ) ৪টা (গ) ২টা (ঘ) এটাও নহয় উত্তৰঃ (খ) ৪টা ২। অসমৰ প্ৰধান কৃষি কি ? ( ক) সৰিয়হ (খ) ধান (গ) ফল-মূল উত্তৰঃ (খ) ধান ৩। গছ-গছনিয়ে বায়ুমণ্ডল কি কৰে ? ( ক) প্ৰদূষণ (খ) প্ৰদূষণ…