Chapter 2 পৰিস্থিতি তন্ত্ৰ 1. কি শ্ৰেণীৰ উপভোক্তাবোৰ পৰিস্থিতি তন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ ? (ক)প্ৰাথমিক উপভোক্তাবোৰ (খ)দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰ (গ)তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ উত্তৰঃ(গ)তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ 2. পৰিস্থিতি তন্ত্ৰ কেনেদৰে গঠন হয় ? (ক)জৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই (খ)অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই (গ)জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই উত্তৰঃ(গ)জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই 3. সিংহ…