Chapter 1 গছ-গছনিৰ কথা অনুশীলনী ১। উত্তৰ লিখা- (ক) উদ্ভিদ এজোপাৰ অংশসমূহ নাম লিখা । উত্তৰঃ (খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা । উত্তৰঃ (গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি ? উত্তৰঃ (ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম লিখা । উত্তৰঃ (ঙ) গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা । উত্তৰঃ (চ)…