Chapter 7 আমাৰ সামাজিক অনুষ্ঠান অনুশীলনী ১। উত্তৰ দিয়া । (ক) তোমাৰ বিদ্য়ালয়খনৰ নাম কি ? উত্তৰঃ (খ) ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক কি বোলে ? উত্তৰঃ (গ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ? উত্তৰঃ (ঘ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ? উত্তৰঃ ২। তোমাৰ বিদ্য়ালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্য়বোৰৰ, যিটো হয় সেইটোত…