Class 9 General Science Book | Chapter 5 | জীৱৰ মৌলিক একক | MCQs Short Question Answer |

Chapter- 5

জীৱৰ মৌলিক একক

১) কৰ্ক হ’ল-
(ক) গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান
(খ) এবিধ ৰাসায়নিক বিক্ৰিয়া
(গ) এবিধ ডাঙৰ ৰোগ

উত্তৰ- (খ) এবিধ ৰাসায়নিক বিক্ৰিয়া ।

২) কোষ কোনে আৱিস্কাৰ কৰিছিল?
(ক) নীল আৰ্মষ্ট্ৰং
(খ) এলবাৰ্ট আইনষ্টাইন
(গ) এজনো নহয়

উত্তৰ- (গ) এজনো নহয় ।


৩) লেটিন শব্দ “Cell” ৰ অৰ্থ কি?
(ক) সৰু সৰু খোটাঁলি
(খ) কোষ
(গ) এবিধ আয়ুৰ্বেদিক চিকিৎসা

উত্তৰ- (ক) সৰু সৰু খোটাঁলি ।

৪) কিমান চনত ৰবাৰ্ট হুক এ পোন প্ৰথনে কোষ আৱিষ্কাৰ কৰিছিল ?
(ক) 1856 খ্ৰীষ্টাব্দত
(খ) 1652 খ্ৰীষ্টাব্দত
(গ) 1665 খ্ৰীষ্টাব্দত

উত্তৰ- (গ) 1665 খ্ৰীষ্টাব্দত ।


৫) আমি অণুজীৱসমূহ কিহৰ দ্বাৰা দেখা পাব পাৰোঁ?
(ক) খালী চকুৰ দ্বাৰা
(খ) পৰিস্কাৰ কাঁচৰ দ্বাৰা
(গ) অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা

উত্তৰ- (গ) অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ।


৬) কিমান খ্ৰীষ্টাব্দত কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?

(ক) 1565 খ্ৰীষ্টাব্দত
(খ) 1831 খ্ৰীষ্টাব্দত
(গ) 1665 খ্ৰীষ্টাব্দত

উত্তৰ- (খ) 1831 খ্ৰীষ্টাব্দত ।

৭) কোষত কোনে কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?
(ক) ৰবাৰ্ট হুকে
(খ) লিউৱেনহুকে
(গ) এজনো

উত্তৰ- (গ) এজনো ।


৮) তলৰ কোনবিধ উপাদান কোষকেন্দ্ৰত থাকে?
(ক) অক্সিজেন
(খ) ক্ৰম’জ’ম
(গ) এটাও নহয়

উত্তৰ- (খ) ক্ৰম’জ’ম ।

৯) কেমিল’ গলজি কিমান চনত জন্ম হৈছিল?
(ক) 1843 চনত
(খ) 1563 চনত
(গ) 1855 চনত

উত্তৰ- (ক) 1843 চনত ।

১০) কোষকেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয়?
(ক) কোষপ্ৰৰস
(খ) চাইট’প্লাজ্ম
(গ) কোষ কেন্দ্ৰাৱৰণ

উত্তৰ- (গ) কোষ কেন্দ্ৰাৱৰণ ।


১১) প্লাষ্টিডবিলাক কেৱল কোনটো জীৱৰ দেহত পোৱা যায়?
(ক) মানৱ জীৱৰ দেহত
(খ) উদ্ভিদ ৰ দেহত
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) উদ্ভিদ ৰ দেহত ।

১২) প্লাষ্টিড কেইপ্ৰকাৰৰ?
(ক) এক প্ৰকাৰৰ
(খ) দুই প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ

উত্তৰ- (খ) দুই প্ৰকাৰৰ ।

১৩) কোষ কি?
(ক) এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক
(খ) উদ্ভিদ দেহত পোৱা এবিধ অণুজীৱ
(গ) এটাও নহয়

উত্তৰ- (ক) এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক ।

১৪) তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাবে আখ্য়া দিয়া হয়?
(ক) কোষপ্ৰৰস
(খ) মাইট’কন্ড্ৰিয়া
(গ) লাইছজম

উত্তৰ- (খ) মাইট’কন্ড্ৰিয়া ।

১৬) লিপিড আৰু প্ৰ’টিনৰ দ্বাৰা গঠিত কোষাৱৰণখনে কোষ একোটাক কি কৰি ৰাখে?
(ক) ৰাসায়নিক বিক্ৰিয়া
(খ) কোষকেন্দ্ৰৰ অন্তৰ্ভাগক আৱৰি ৰাখে
(গ) আবৃত কৰি ৰাখে

উত্তৰ- (গ) আবৃত কৰি ৰাখে ।


১৭) ভাইৰাচক কিয় জীৱ বুলি আখ্য়া দিয়া নহয়?
(ক) ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে
(খ) বতাহত উৰি ফুৰাৰ বাবে
(গ) সহজে বিয়পে বাবে

উত্তৰ- (ক) ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে ।

১৮) তলৰ কোন দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক () উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত।
(ক) ৰবাৰ্ট ব্ৰাউন আৰু শ্লেইডেন
(খ) শ্লেইডেন আৰু স্বোৱান
(গ) এটাও শুদ্ধ নহয়

উত্তৰ- (খ) শ্লেইডেন আৰু স্বোৱান ।

১৯) সকলো জীৱৰ দেহ একেধৰণৰ কোষেৰে গঠিত হয়নে?
(ক) হয়
(খ) নহয়
(গ) হবওঁ পাৰে

উত্তৰ- (খ) নহয় ।

২০) মাইট্ৰ’কণ্ড্ৰিয়াৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ হ’ল-

(ক) ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব’জ’ম থাকে
(খ) ইহঁতে কোষকেন্দ্ৰক অতি কঠিনভাৱে আৱৰি ৰাখে
(গ) ইহঁতবোৰ বেক্টেৰিয়া

উত্তৰ- (ক) ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব’জ’ম থাকে ।