Chapter 1
উদ্ভিদৰ পৰিপুষ্টি
১. সকলো জীৱৰ বাবে কি প্ৰয়োজন ?
(ক) পানী
(খ) খাদ্য
(গ) এটাও নহয়
উত্তৰঃ (খ) খাদ্য
২. জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটো হ’ল ?
(ক) দ্ৰব্য
(খ) পৰিপুষ্টি
(গ) পৰপোষী
উত্তৰঃ (খ) পৰিপুষ্টি
৩. কিহে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে ?
(ক) উদ্ভিদে
(খ) মানুহে
(গ) প্ৰাণীয়ে
উত্তৰঃ (ক) উদ্ভিদে
৪. উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা কাৰখানাটো কি ?
(ক) গা-গছ
(খ) পাত
(গ) শিপা
উত্তৰঃ (খ) পাত
৫. সলোক সংশ্লেষণ প্ৰক্ৰিয়াত কি নিৰ্গত হয় ?
(ক) নাইট্ৰ’জেন
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) অক্সিজেন
উত্তৰঃ (গ) অক্সিজেন
৬. সকলো জীৱৰে শক্তিৰ মূল উৎস কি ?
(ক) সূৰ্য
(খ) খাদ্য
(গ) অক্সিজেন
উত্তৰঃ (ক) সূৰ্য
৭. কিহৰ উপস্থিতিত খাদ্যত সংশ্লেষণ হয় ?
(ক) পানী
(খ) পত্ৰহৰিৎ
(গ) সূৰ্যৰ ৰশ্মিৰ
উত্তৰঃ (গ) সূৰ্যৰ ৰশ্মিৰ
৮. কি গেছ শ্বেতসাৰলৈ পৰিৱৰ্তিত হয় ?
(ক) অক্সিজেন
(খ) কাৰ্বহাইড্ৰেট
(গ) নাইট্ৰ’জেন
উত্তৰঃ (খ) কাৰ্বহাইড্ৰেট
৯. পাতত কি থাকে ?
(ক) শ্বেতসাৰ
(খ) দ্ৰব্য
(গ) এটাও নহয়
উত্তৰঃ (ক) শ্বেতসাৰ
১০. পাতে কি ধৰি ৰাখে ?
(ক) শক্তি
(খ) পানী
(গ) সৌৰশক্তি
উত্তৰঃ (গ) সৌৰশক্তি
১১. উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ কি হিচাপে সঞ্চিত হৈ থাকে ?
(ক) খাদ্য
(খ) গ্লুক’জ
(গ) ওপৰত দিয়া এটাও নহয়
উত্তৰঃ (খ) গ্লুক’জ
১২. শস্য চপোৱাৰ পিছত মাটিত কিহৰ অভাৱ হয় ?
(ক) নাইট্ৰ’জেন
(খ) খাদ্য
(গ) অক্সিজেন
উত্তৰঃ (ক) নাইট্ৰ’জেন
১৩. যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব নোৱাৰে তেনেবোৰ উদ্ভিদৰ কি নাথাকে ?
(ক) শ্বেতসাৰ
(খ) বেক্টেৰিয়া
(গ) পত্ৰহৰিৎ
উত্তৰঃ (গ) পত্ৰহৰিৎ
১৪. উদ্ভিদক প্ৰ’টিন প্ৰস্তুত কৰিবলৈ কিহৰ আৱশ্যক হয় ?
(ক) নাইট্ৰ’জেন
(খ) কাৰ্ব’হাইড্ৰেট
(গ) শ্বেতসাৰ
উত্তৰঃ (ক) নাইট্ৰ’জেন
১৫. খেতিয়কে যিডৰা মাটিত মাহজাতীয় শস্য বা উদ্ভিদ ৰোপণ কৰে তাত কি সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয় ?
(ক) বেক্টেৰিয়া
(খ) নাইট্ৰ’জেনযুক্ত সাৰ
(গ) ৰাসায়নিক সাৰ
উত্তৰঃ (খ) নাইট্ৰ’জেনযুক্ত সাৰ
১৬. উদ্ভিদে মাটিৰ পৰা কি দ্ৰব্য শোষণ কৰে ?
(ক) খনিজ দ্ৰব্য
(খ) পৰিপোষক দ্ৰব্য
(গ) খনিজ পৰিপোষক দ্ৰব্য
উত্তৰঃ (গ) খনিজ পৰিপোষক দ্ৰব্য
১৭. বৰষুণৰ বতৰত কিহেৰে বহুতো সামগ্ৰী নষ্ট কৰে ?
(ক) বেক্টেৰিয়া
(খ) ভেঁকুৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) ভেঁকুৰ
১৮. ভেঁকুৰে তাৰ দেহৰ পৰা কি ৰস নিঃসৰণ কৰে ?
(ক) দ্ৰব্য
(খ) বেক্টেৰিয়া
(গ) পাচক ৰস
উত্তৰঃ (গ) পাচক ৰস
১৯. উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি পোনে পোনে শোষণ কৰিব নোৱাৰে ?
(ক) নাইট্ৰ’জেন
(খ) অক্সিজেন
(গ) কাৰ্বন-ডাই-অক্সাইড
উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড
২০. যিজোপা উদ্ভিদত বগাই যায় আৰু খাদ্য শোষণ কৰে তাক কি বোলা হয় ?
(ক) পৰজীৱী
(খ) পৰিপোষক
(গ) পোষক
উত্তৰঃ (গ) পোষক