Chapter 24
কেন্দ্ৰীয় আৰু ৰাজ্য়িক চৰকাৰ
১। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
(ক)ডঃ ৰাজেন্দ্ৰ প্ৰসাদ
(খ)জৱাহৰলাল নেহৰু
(গ)গোপীনাথ বৰদলৈ
উত্তৰঃ (ক)ডঃ ৰাজেন্দ্ৰ প্ৰসাদ
২। ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন ?
(ক)ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণ
(খ)নেতাজী সুভাষ চন্দ্ৰ বসু
(গ)জৱাহৰলাল নেহৰু
উত্তৰঃ (গ)জৱাহৰলাল নেহৰু
৩। ভাৰতবৰ্ষত কেই প্ৰকাৰৰ চৰকাৰ আছে ?
(ক)২ প্ৰকাৰৰ
(খ)৩ প্ৰকাৰৰ
(গ)৫ প্ৰকাৰৰ
উত্তৰঃ (খ)৩ প্ৰকাৰৰ
৪। লোকসভাৰ আৰু বিধানসভাৰ কাৰ্যকাল কেইবছৰ ?
(ক)৫ বছৰ
(খ)১০ বছৰ
(গ)১৫ বছৰ
উত্তৰঃ (ক)৫ বছৰ
৫। ৰাজভৱন, সংসদ আৰু উচ্চতম ন্য়ায়ালয় ক’ত আছে ?
(ক)যোৰহাট
(খ)দিল্লী
(গ)গুজৰাট
উত্তৰঃ (খ)দিল্লী
৬। ৰাজ্য়সভাক কি বুলি কোৱা হয় ?
(ক)উচ্চ সদন
(খ)নিম্ন সদন
(গ)এটাও নহয়
উত্তৰঃ (ক)উচ্চ সদন
৭। বৰ্তমান ভাৰতবৰ্ষত কিমান খন ৰাজ্য় আছে ?
(ক)২৮ খন
(খ)২৯ খন
(গ)৩০ খন
উত্তৰঃ (খ)২৯ খন
৮। ৰাজ্য়পালক কোনে নিযুক্তি দিয়ে ?
(ক)ৰাষ্ট্ৰপতি
(খ)উপ-ৰাষ্ট্ৰপতি
(গ)প্ৰধান মন্ত্ৰী
উত্তৰঃ (ক)ৰাষ্ট্ৰপতি
৯। ৰাজ্য়সভাৰ সদস্য়ৰ সংখ্য়া কিমান জন থাকে ?
(ক)২০০ জন
(খ)২৫০ জন
(গ)২৭৫ জন
উত্তৰঃ (খ)২৫০ জন
১০। ৰাজ্য়সভাত ২৫০ জন সদস্য়ৰ ভিতৰত কিমানজন সদস্য়ক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে ?
(ক)৫ জন
(খ)৭ জন
(গ)১২ জন
উত্তৰঃ (গ)১২ জন