Chapter 22
চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
১। চৰকাৰৰ গোটেই কামবোৰ কেইটা ভাগত ভাগ কৰা হয় ?
(ক)২ টা
(খ)৩ টা
(গ)৫ টা
উত্তৰঃ (খ)৩ টা
২। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নাম লিখা ?
(ক)ইংলেণ্ড
(খ)থাইলেণ্ড
(গ)ফ্ৰান্স
উত্তৰঃ (গ)ফ্ৰান্স
৩। আটাইতকৈ পুৰণি শাসন ব্য়ৱস্থা কি ?
(ক)ৰাজতন্ত্ৰৰ
(খ)গনতন্ত্ৰৰ
(গ)এটাও নহয়
উত্তৰঃ (ক)ৰাজতন্ত্ৰৰ
৪। ৰাষ্ট্ৰ হ’বলৈ কি লাগে ?
(ক)এজন শাসক
(খ)যাতায়ত
(গ)চৰকাৰ
উত্তৰঃ (গ)চৰকাৰ
৫। আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰি জনগণক ন্য়ায় দান কৰা আইনটো কি ?
(ক)আইন প্ৰণয়ন
(খ)আইন প্ৰয়োগ
(গ)আইন বিভাগ
উত্তৰঃ (গ)আইন বিভাগ
৬। আইনৰ মতে শাসন চলোৱা শাখাটোক কি বোলে ?
(ক)কাৰ্যপালিকা
(খ)শিক্ষা
(গ)জনগণ
উত্তৰঃ (ক)কাৰ্যপালিকা
৭। অভিজাততন্ত্ৰ কাক বোলে ?
(ক)এজনৰ শাসনক
(খ)জনগণৰ শাসনক
(গ)কেইজনমান নিৰ্বাচিত ব্য়ক্তিৰ শাসনক
উত্তৰঃ (গ)কেইজনমান নিৰ্বাচিত ব্য়ক্তিৰ শাসনক
৮। আইন সভাত কিমানজন সদস্য় থাকে ?
(ক)২ জন
(খ)১২ জন
(গ)কেইবাজনৰো অধিক
উত্তৰঃ (গ)কেইবাজনৰো অধিক
৯। কাৰ্যপালিকা কেই বিধ ?
(ক)২ বিধ
(খ)৪ বিধ
(গ)৬ বিধ
উত্তৰঃ (ক)২ বিধ
১০। ৰজাই কৰা শাসনক কি বোলে ?
(ক)অভিজাততন্ত্ৰৰ
(খ)ৰাজতন্ত্ৰ
(গ)গণতন্ত্ৰ
উত্তৰঃ (খ)ৰাজতন্ত্ৰ