Chapter 11
(খ) তাম্ৰ যুগ
১। অঘৰী অৱস্থাৰ পৰা নিগাজীকৈ বসবাস কৰিবলৈ মানুহক কিমান বছৰ লাগিছিল ?
(ক)বহুত হাজাৰ বছৰ
(খ)২০ হাজাৰ
(গ)অতি কম সময়
উত্তৰঃ (ক)বহুত হাজাৰ বছৰ
২। তাম্ৰ যুগত মানুহে কি খেতি কৰিছিল?
(ক)কপাহ
(খ)ধান
(গ)শস্য়ৰ
উত্তৰঃ (খ)ধান
৩। তাম্ৰ যুগৰ মানুহসকলৰ আ-অলংকাৰ কিহৰ আছিল ?
(ক)সোণ
(খ)তাম
(গ)ৰূপ
উত্তৰঃ (খ)তাম
৪। তাম্ৰ যুগত মানুহে কি কি জীৱ-জন্তু পুহিছিল?
(ক)গৰু-ছাগলী
(খ)হাতী
(গ)উট
উত্তৰঃ (ক)গৰু-ছাগলী
৫। তামেৰে তেওঁলোকে কি সা-সঁজুলি নিৰ্মাণ কৰিছিল ?
(ক)তৰোৱাল
(খ)দা
(গ)কটাৰী
উত্তৰঃ (ক)তৰোৱাল