Chapter- 8
ভক্ত পুণ্ডৰীক
১। ভগৱানক দেখা পোৱা ল’ৰাজনৰ নাম কি আছিল ?
(ক) পুণ্ডৰীক ।
(খ) যজ্ঞদত ।
(গ) শতমন্যু ।
উত্তৰ- (ক) পুণ্ডৰীক ।
২। ভগৱানে কাৰ ওচৰলে আহিছিল ?
(ক) শতমন্যু ।
(খ) যজ্ঞদত ।
(গ) পুণ্ডৰীক ।
উত্তৰ- (গ) পুণ্ডৰীক ।
৩। ভগৱানে কিয় পুণ্ডৰীক নিজে দেখা কৰিবলৈ আহিছিল ?
(ক) পুণ্ডৰীক ভক্ত নকৰা দেখি ।
(খ) পুণ্ডৰীক সেৱা-শুশ্ৰূষা ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) পুণ্ডৰীক সেৱা-শুশ্ৰূষা ।
৪। ভগৱানে পুণ্ডৰীক বৰ কিয় দিছিল ?
(ক) মাক-দেউতাকৰ প্ৰতি সেৱা-শুশ্ৰূষা দেখি ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) মাক-দেউতাকৰ প্ৰতি সেৱা-শুশ্ৰূষা নকৰা দেখি ।
উত্তৰ- (গ) মাক-দেউতাকৰ প্ৰতি সেৱা-শুশ্ৰূষা নকৰা দেখি ।
৫। পুণ্ডৰীক নহালৈকে কিহৰ ওপৰত থিয় হৈ থাকিল ?
(ক) এটা ইটা টুকুৰা ওপৰত ।
(খ) এটা শিলৰ টুকুৰা ওপৰত ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) এটা ইটা টুকুৰা ওপৰত ।
৬। পুণ্ডৰীকে ভগৱানৰ পৰা বৰ দেখা হিচাপে কি খুজিলে ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) পুণ্ডৰীকে বহুত ধন-সোণ খুজিছিল ।
(গ) পুণ্ডৰীকে ভগৱানক সদায় সেই ঠাই একে ৰূপত লগ কৰিম ।
উত্তৰ- (গ) পুণ্ডৰীকে ভগৱানক সদায় সেই ঠাই একে ৰূপত লগ কৰিম ।
৭। ভক্ত অৰ্থ কি ?
(ক) ভগৱানক সেৱা-শুশ্ৰূ কৰা
(খ) ভগৱানক সেৱা-শুশ্ৰূ নকৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ভগৱানক সেৱা-শুশ্ৰূ কৰা ।
৮। পুণ্ডৰীক ওচৰলৈ কোন আহিছিল ?
(ক) ৰজা আছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভগৱান আছিল
উত্তৰ- (গ) ভগৱান আছিল ।
৯। পুণ্ডৰীক ভগৱানে কিয় বৰ দিছিল ?
(ক) সেৱা-শুশ্ৰূ নকৰা দেখি
(খ) সেৱা-শুশ্ৰূ কৰা দেখি
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) সেৱা-শুশ্ৰূ কৰা দেখি ।
১০। পুণ্ডৰীক কোন আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) বিজ্ঞানীক আছিল
(গ) ভক্ত আছিল
উত্তৰ- (গ) ভক্ত আছিল ।
Type by- Bikul Mandal