Chapter- 7
অনুশাসনৰ পূজাৰী ডাঃ হেডগেৱাৰ
১। ডাঃ হেডগেৱাৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৮৯০ চনত ।
(খ) ১৮৮৯ চনত ।
(গ) ১৮৮০ চনত ।
উত্তৰ- (খ) ১৮৮৯ চনত ।
২। ডাঃ হেডগেৱাৰ পিতৃৰ নাম কি ?
(ক) বলিৰাম পন্ত ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) নৱকান্ত পন্ত ।
উত্তৰ- (ক) বলিৰাম পন্ত ।
৩। ডাঃ হেডগেৱাৰ মাতৃৰ নাম কি ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) পাৰ্বতীবাঈ ।
(গ) ৰেৱতীবাঈ ।
উত্তৰ- (গ) ৰেৱতীবাঈ ।
৪। সকলো মানুহে আনন্দ মনেৰে কি খাইছিল ?
(ক) মিঠাই খাইছিল ।
(খ) একো খোৱা নাই ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) মিঠাই খাইছিল ।
৫। ডাঃ হেডগেৱাৰ সম্পূৰ্ণ নামটো কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) ডাঃ কেশৱ বলিমান হেডগেৱাৰ ।
(গ) ডাঃ নৱকান্ত বলিৰাম হেডগেৱাৰ ।
উত্তৰ- (খ) ডাঃ কেশৱ বলিমান হেডগেৱাৰ ।
৬। তেওঁ কিমান চনত নেচনেল মেডিকেল কলেজত ডাক্তৰী পঢ়িবলৈ কলকাতলৈ আহিছিল ?
(ক) ১৯১০ চনত ।
(খ) ১৯২০ চনত ।
(গ) ১৯৩০ চনত ।
উত্তৰ- (ক) ১৯১০ চনত ।
৭। ডাঃ হেডগেৱাৰ জন্মস্থান নাম কি আছিল ?
(ক) গুজৰাট ।
(খ) গুৱাহাটী ।
(গ) নাগপুৰ ।
উত্তৰ- (গ) নাগপুৰ ।
৮। কলকাত মেডিকেল কলেজত কিমান বছৰ পঢ়িছিল ?
(ক) ৭ বছৰ ।
(খ) ৫ বছৰ ।
(গ) ৩ বছৰ ।
উত্তৰ- (খ) ৫ বছৰ ।
৯। তেওঁ কিমান চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপৰ কৰিছিল ?
(ক) ১৯২৫ চনত ।
(খ) ১৯৩৬ চনত
(গ) ১৯১২ চনত ।
উত্তৰ- (ক) ১৯২৫ চনত ।
১০। ডাঃ কেশৱ বলিমান হেডগেৱাৰ মৃত্যু কিমান চনত হৈছিল ?
(ক) ১৯৩৪ চনত ।
(খ) ১৯৩৬ চনত ।
(গ) ১৯৩৯ চনত ।
উত্তৰ- (গ) ১৯৩৯ চনত ।
Type by- Bikul Mandal