Chapter- 6
ৰাণী অহল্যাবাঈ
১। অহল্যাবাঈ কাৰ বোৱাৰী আছিল ?
(ক) মল্হাৰৰাৱ হোল্কৰৰ ।
(খ) শিৱাজীৰাৱ ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) মল্হাৰৰাৱ হোল্কৰৰ ।
২। অহল্যাবাঈ পিতাৰ মান কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) আনন্দৰাৱ ।
(গ) শিৱাজীৰাৱ ।
উত্তৰ- (খ) আনন্দৰাৱ ।
৩। মল্হাৰৰাৱ প্ৰথমে অহল্যাবাঈ ক’ত দেখিছিল ?
(ক) গাওঁত দেখিছিল ।
(খ) নদীৰ পাৰত দেখিছিল ।
(গ) মন্দিৰত দেখিছিল ।
উত্তৰ- (গ) মন্দিৰত দেখিছিল ।
৪। মল্হাৰৰাৱ পুত্ৰ নাম কি আছিল ?
(ক) খণ্ডেৰাৱ ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) শিৱাজীৰাৱ ।
উত্তৰ- (ক) খণ্ডেৰাৱ ।
৫। অহল্যাবাঈ জীয়ৰীৰ নাম কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) মুক্তাবাঈ ।
(গ) সীতাবাঈ ।
উত্তৰ- (খ) মুক্তাবাঈ ।
৬। অহল্যাবাঈ জীয়ৰীৰ নাম কি আছিল ?
(ক) শিৱাজীৰাৱ ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) মালেৰাৱ ।
উত্তৰ- (গ) মালেৰাৱ ।
৭। অহল্যাবাঈ কিমান বছৰ বয়সত মৃত্যু হৈছিল ?
(ক) ৫০ বছৰ বয়সত ।
(খ) ৬০ বছৰ বয়সত ।
(গ) ৭০ বছৰ বয়সত ।
উত্তৰ- (খ) ৬০ বছৰ বয়সত ।
৮। অহল্যাবাঈ ঘৰ ক’ত ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) কলকতাত
(গ) পঞ্জাৱত
উত্তৰ- (ক) ইয়াৰ পৰা এটাও নহয় ।
৯। অহল্যাবাঈ কি মহিলা আছিল ?
(ক) বিদূষী মহিলা
(খ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) বিদূষী মহিলা ।
১০। অহল্যাবাঈ বিদূষী মহিলা আছিল নে নাই ?
(ক) নাই
(খ) আছিল
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) আছিল ।
Type by- Bikul Mandal