Chapter- 5
যোগ্য মাতৃৰ যোগ্য সন্তান
১। শিক্ষকে সকলো ছাত্ৰ-ছাত্ৰীক কিয় বেঞ্চৰ ওপৰত থিয় হ’ব লৈ কৈছিল ?
(ক) শ্ৰেণী বাদামন বাকলীৰে ভৰি থকা কাৰণে ।
(খ) শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে খেলি থকাৰ কাৰণে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) শ্ৰেণী বাদামন বাকলীৰে ভৰি থকা কাৰণে ।
২। বালগঙ্গধৰ তিলকৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৮৮৬ চনত ।
(খ) ১৮৫৬ চনত ।
(গ) ১৮৭৬ চনত ।
উত্তৰ- (খ) ১৮৫৬ চনত ।
৩। বালগঙ্গধৰ তিলকৰ জন্ম কিমান তাৰিখে হৈছিল ?
(ক) ১৯ জুলাইত ।
(খ) ১৫ জুলাইত ।
(গ) ১৩ জুলাইত ।
উত্তৰ- (গ) ১৩ জুলাইত ।
৪। বালগঙ্গধৰ তিলকৰ জন্মস্থানৰ নাম কি ?
(ক) গুৱাহাটী ।
(খ) ৰত্নাগিৰি ।
(গ) গুজৰাট ।
উত্তৰ- (খ) ৰত্নাগিৰি ।
৫। বালগঙ্গধৰ তিলকৰ সৰুকালৰ নাম কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) নৱকান্ত ৰাও ।
(গ) বলৱন্ত ৰাও ।
উত্তৰ- (গ) বলৱন্ত ৰাও ।
৬। বালগঙ্গধৰ তিলকৰ দেউতাকৰ নাম কি ?
(ক) গঙ্গধৰ ৰাও ।
(খ) গদাধৰ ৰাও ।
(গ) নৱকান্ত ৰাও ।
উত্তৰ- (ক) গঙ্গধৰ ৰাও ।
৭। বালগঙ্গধৰ তিলকৰ মাতৃৰ নাম কি ?
(ক) নলিনীবাল দেৱী ।
(খ) পুতোলীবাঈ ।
(গ) পাৰ্বতীবাঈ ।
উত্তৰ- (গ) পাৰ্বতীবাঈ ।
৮। বালগঙ্গধৰ তিলকৰ কিমান চনত বিদ্যালয় প্ৰধান শিক্ষক হৈছিল ?
(ক) ১৮৮০ চনত ।
(খ) ১৮৬৭ চনত ।
(গ) ১৮৮১ চনত ।
উত্তৰ- (ক) ১৮৮০ চনত ।
৯। বালগঙ্গধৰ তিলকৰ ক’ত থাকোতে তেওঁ পত্নীৰ বিয়োগ ঘটে ?
(ক) বিদ্যালয়ত থাকোতে ।
(খ) জেলত থাকোতে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) জেলত থাকোতে ।
১০। বালগঙ্গধৰ তিলকৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৯২০ চনত ।
(খ) ১৯২৮ চনত ।
(গ) ১৯২৫ চনত ।
উত্তৰ- (ক) ১৯২০ চনত ।
Type by- Bikul Mandal