Chapter- 4
দেশপ্ৰাণ শতমন্যু
১। ৰজাক কি যজ্ঞ পাতিলে বৰষুণ হ’ব বুলি কৈছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) নৰমেধ যজ্ঞ ।
(গ) দেৱী যজ্ঞ ।
উত্তৰ- (খ) নৰমেধ যজ্ঞ ।
২। নৰমেধ যজ্ঞৰ বাবে ব্যক্তি বিচাৰি পালেনে নাই ?
(ক) পালে ।
(খ) নাপালে ।
(গ) নাই ।
উত্তৰ- (ক) পালে ।
৩। দেশত দুৰ্ভিক্ষই কিয় দেখা দিছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) বৰষুণ নপৰাৰ কাৰণে ।
(গ) বেমাৰ হোৱা কাৰণে ।
উত্তৰ- (খ) বৰষুণ নপৰাৰ কাৰণে ।
৪। শতমন্যু কোন আছিল ?
(ক) সুন্দৰ চেহেৰাৰ বাৰ বছৰীয়া যুৱক ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) এজন যুৱক ।
উত্তৰ- (ক) সুন্দৰ চেহেৰাৰ বাৰ বছৰীয়া যুৱক ।
৫। কিহৰ বাবে দেৱতা সকলে সন্তুষ্ট হৈ পুষ্পবৃষ্ট কৰিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) শতমন্যু ত্যাগ কৰা কাৰণে ।
(গ) দেশৰ মানুহৰ বাহে ।
উত্তৰ- (খ) শতমন্যু ত্যাগ কৰা কাৰণে ।
৬। দেশৰ পৰা দুৰ্ভিক্ষ কাৰ কাৰণে নাইকিয়া হ’ল ?
(ক) ৰজা কাৰণে ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) শতমন্যু কাৰণে ।
উত্তৰ- (গ) শতমন্যু কাৰণে ।
৭। কোনে শতমন্যু সাৱটি মাৰি ধৰিছিল ?
(ক) বয়োজ্যেষ্ঠ ব্যক্তিয়ে
(খ) মাতৃ
(গ) পিতৃ
উত্তৰ- (ক) বয়োজ্যেষ্ঠ ব্যক্তিয়ে ।
৮। শতমন্যু কোনে আশীৰ্বাদ দিছিল ?
(ক) ৰজাই
(খ) মাতৃয়ে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) মাতৃয়ে ।
৯। কোনে শতমন্যু বৰ দিছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ৰজাই
(গ) ইন্দ্ৰয়ে
উত্তৰ- (গ) ইন্দ্ৰয়ে ।
১০। শতমন্যু আমাৰ দেশক কি ?
(ক) গৌৰৱ
(খ) পেৰনা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) গৌৰৱ ।
Type by- Bikul Mandal