Chapter- 3
শ্ৰীগণেশ
১। যাগ-যজ্ঞ, পূজা -পাতল কৰাৰ প্ৰথমে কাৰ পূজা কৰা উচিত ?*
(ক) শ্ৰীমন্ত শংকৰদেৱ য
(খ) শ্ৰীগণেশ ।
(গ) শ্ৰীমাধৱদেৱ ।
উত্তৰ- (খ) শ্ৰীগণেশ ।
২। দেৱতাসকল কাৰ ওচৰলৈ গৈছিল ?
(খ) শ্ৰীগণেশ ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) নাৰায়ণ ।
উত্তৰ- (খ) শ্ৰীগণেশ ।
৩। গণেশৰ বাহন কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) ময়ূৰ ।
(গ) নিগনি ।
উত্তৰ- (গ) নিগনি ।
৪। গণেশৰ মাকৰ নাম কি আছিল ?
(ক) পাৰ্বতী ।
(খ) লক্ষ্মী ।
(গ) সংৰস্বৰ্তী ।
উত্তৰ- (ক) পাৰ্বতী ।
৫। পাৰ্বতী কাৰ কথা শুনি শিৱৰ লগত বহিছিল ?
(ক) শিৱৰ কথা শুনি ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) গণেশৰ কথা শুনি ।
উত্তৰ- (গ) গণেশৰ কথা শুনি ।
৬। দেৱতাসকলৰ ভিতৰত প্ৰথম পূজাৰ যোগ্য কোন অছিল?
(ক) দেৱতাসকল ।
(খ) শ্ৰীগণেশ ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) শ্ৰীগণেশ ।
৭। যাগ-যজ্ঞ, পূজা -পাতল কৰিব লাগে নে নালাগে ?
(ক) লাগে
(খ) নালাগে
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) লাগে ।
৮। ঈশ্বৰে সমাৰ্থক শব্দ কি ?
(ক) মানুহ
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) ভগৱান
উত্তৰ- (গ) ভগৱান ।
৯। নিগনি কাৰ বাহন ?
(ক) গণেশ ।
(খ) পাৰ্বতী
(গ) শিৱৰ ।
উত্তৰ- (ক) গণেশ ।
১০। পাৰ্বতীৰ বাহন কি ?
(ক) নিগনি
(খ) সিংহ
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) সিংহ ।
Type by- Bikul Mandal