Chapter- 21
শক্তিশালী আৰু সাহসী হোৱা
১) স্বামী বিবেকানন্দ সৰুৰে পৰা কেনোকুৱা আছিল ?
(ক) ভয়াটোৰ আছিল ।
(খ) সাহসী আছিল ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) সাহসী আছিল ।
২) স্বামীয়ে এবাৰ কিহেৰে যাত্ৰা কৰিছিল ?
(ক) ৰাজপুতনাৰ ৰেলেৰে ।
(খ) ৰাজপুতনাৰ গাড়ীয়ে ।
(গ) বাছেৰে ।
উত্তৰ- (ক) ৰাজপুতনাৰ ৰেলেৰে ।
৩) ৰেলত তেওঁৰ ওচৰত কোন দেশৰ মানুহ বহিছিল ?
(ক) পেৰিচৰ ।
(খ) ইংলেণ্ডৰ ।
(গ) ইউৰোপৰ ।
উত্তৰ- (গ) ইউৰোপৰ ।
৪) স্বামীয়ে কিমান চনত কন্যাকুমাৰীত গৈছিল ?
(ক) ১৮৯৫ চনত ।
(খ) ১৮৯২ চনত ।
(গ) ১৮৯১ চনত ।
উত্তৰ- (খ) ১৮৯২ চনত ।
৫) তেওঁ কন্যাকুমাৰী কিয় গৈছিল ?
(ক) দেৱী মন্দিৰলৈ ।
(খ) ফুৰীবলৈ ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) দেৱী মন্দিৰলৈ ।
৬) তেওঁ পিন্ধা সাধাৰণণ সাধুৰ কাপোৰ কোনে ঘিণ কৰিছিল ?
(ক) ইউৰোপীয়ান দুজনে
(খ) আমেৰিকান দুজনে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
৭) শক্তিশালি অৰ্থ কি ?
(ক) বহুত বল নথকা
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) বহুত বল থকা
উত্তৰ- (গ) বহুত বল থকা ।
৮) সাহসী অৰ্থ কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ভয় নকৰা
(গ) ভয় কৰা
উত্তৰ- (খ) ভয় নকৰা ।
৯) স্বামীয়ে কাক ক্ষমা কৰিছিল ?
(ক) আমেৰিকান দুজনে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ইউৰোপীয়ান দুজনে
উত্তৰ- (গ) ইউৰোপীয়ান দুজনে ।
১০) কোনে ওলোটাই উত্তৰ দিবলৈ সাহস নকৰিলে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ইউৰোপীয়ান দুজনে
(গ) আমেৰিকান দুজনে
উত্তৰ- (খ) ইউৰোপীয়ান দুজনে ।
Type by- Bikul Mandal