Chapter- 2
মানৱ-প্ৰেম
১। সকলো জীৱই কাৰ সন্তান ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) ঈশ্বৰ ।
(গ) আই ।
উত্তৰ- (খ) ঈশ্বৰ ।
২। সম্পূৰ্ণ বিশ্ব কোনে সৃষ্টি কৰিছিল ?
(ক) আই ।
(খ) মানুহে ।
(গ) ঈশ্বৰ ।
উত্তৰ- (গ) ঈশ্বৰ ।
৩। সুপ্ৰসিদ্ধ নীতিগ্ৰন্থ খনৰ নাম কি ?
(ক) পঞ্চতন্ত্ৰ ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) ৰাম বিজয়
উত্তৰ- (ক) পঞ্চতন্ত্ৰ ।
৪। এইটো তোমাৰ,এইটো মোৰ এনেধৰণৰ ব্যক্তি মনোভাৱ কেনে কোৱা ?
(ক) ঠেক মনোভাৱৰ ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) ভাল মনোভাৱৰ ।
উত্তৰ- (ক) ঠেক মনোভাৱৰ ।
৫। উদাৰ মনৰ ব্যক্তিসকলে সম্পূৰ্ণ বিশ্বকে কি বুলি ভাবে ?
(ক) নিজৰ পৰিয়াল বুলি নাভাবে ।
(খ) নিজৰ পৰিয়াল বুলি ভাবে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) নিজৰ পৰিয়াল বুলি ভাবে ।
৬। সম্পূৰ্ণ বিশ্ব কোনে সৃষ্টি কৰিছিল ?
(ক) ঈশ্বৰে
(খ) মানুহে
(গ) সৃষ্টি কৰা নাছিল
উত্তৰ- (ক) ঈশ্বৰে ।
৭। ঈশ্বৰে সমাৰ্থক শব্দ কি ?
(ক) মানুহ
(খ) ভগৱান
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ভগৱান ।
৮। মানুহ সমাৰ্থক শব্দ কি ?
(ক) ঈশ্বৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মানব
উত্তৰ- (গ) মানব ।
৯। ঋষি-মুনি সকলে ইশ্বৰক ভক্তি কৰে নে নকৰে ?
(ক) কৰে
(খ) নকৰে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) কৰে ।
১০। ভক্তি অৰ্থ কি ?
(ক) ভগৱানক সেৱা কৰা
(খ) ভগৱানক সেৱা নকৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ভগৱানক সেৱা কৰা ।
Type by- Bikul Mandal