Chapter- 17
ৰাষ্ট্ৰায় স্বাহা । ইদং ৰাষ্ট্ৰায় ইদং ন মম্ ।।
১। ৰাষ্ট্ৰায় স্বয়ং সেৱক সংঘৰ প্ৰতিষিঠাপক গৰাকী নাম কি আছিল ?
(ক) কেশৱ বলিৰাম হেডগেলৱাৰৰ ।
(খ) নৱকান্ত বলিৰাম হেডগেলৱাৰৰ ।
(গ) বাণীকান্ত বলিৰাম হেডগেলৱাৰৰ ।
উত্তৰ- (ক) কেশৱ বলিৰাম হেডগেলৱাৰৰ ।
২। কেশৱ বলিৰাম হেডগেলৱাৰৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৯৮৫ চনত ।
(খ) ১৯৪০ চনত ।
(গ) ১৯৪৫ .চনত ।
উত্তৰ- (খ) ১৯৪০ চনত ।
৩। কেশৱ বলিৰাম হেডগেলৱাৰৰ কি মাহত মৃত্যু হৈছিল ?
(ক) ২৯ জুন ।
(খ) ২৫ জুন ।
(গ) ২১ জুন ।
উত্তৰ- (গ) ২১ জুন ।
৪। শ্ৰীগুৰুজী সম্পূৰ্ণ নাম কি আছিল ?
(ক) শ্ৰীমাধৱৰাৱ গোলৱলকৰে ।
(খ) নৱকান্ত বলিৰাম হেডগেলৱাৰৰ ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) শ্ৰীমাধৱৰাৱ গোলৱলকৰে ।
৫। শ্ৰীগুৰুজী সম্পূৰ্ণ কিমান চনত মৃত্যু আছিল ?
(ক) ১৯৭৪ চনত ।
(খ) ১৯৭৬ চনত ।
(গ) ১৯৭৩ চনত ।
উত্তৰ- (গ) ১৯৭৩ চনত ।
৬। শ্ৰীগুৰুজী সৰুৰে পৰা কেনেকুৱা ছাত্ৰ আছিল ?
(ক) মেধাৱী ছাত্ৰ ।
(খ) পণ্ডিত আছিল ।
(গ) ওপৰৰ দুয়োটায়ে হয় ।
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
৭। তেওঁ কি বজোৱাত পাকৈত ?
(ক) ধোল বজোৱাত
(খ) বাঁহী বজোৱাত
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (খ) বাঁহী বজোৱাত ।
৮। মেধাৱী অৰ্থ কি ?
(ক) মুখ্য
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) পণ্ডিত
উত্তৰ- (গ) পণ্ডিত ।
৯। শ্ৰীগুৰুজী নাম কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) মাধৱৰাম গোলৱলক
(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
উত্তৰ- (খ) মাধৱৰাম গোলৱলক ।
১০। শ্ৰীগুৰুজী মেধাৱী ছাত্ৰ আছিল নে নাই ?
(ক) নাছিল
(খ) আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) আছিল ।
Type by- Bikul Mandal