Chapter- 16
সাহসী ভৰত
১। শকুন্তলাৰ পিতৃ নাম কি আছিল ?
(ক) শিৱাজীৰাৱ ।
(খ) ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ
(গ) নৱকান্ত ৰাও ।
উত্তৰ- (খ) ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ ।
২। শকুন্তলাৰ মাতৃ নাম কি আছিল ?
(ক) মেনকা ।
(খ) লক্ষ্মী ।
(গ) পাৰ্বতী ।
উত্তৰ- (ক) মেনকা ।
৩। পাছত শকুন্তলাক কোনো লালন-পালন কৰে ?
(ক) আইতাকে ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) কন্ব ঋষিয়ে ।
উত্তৰ- (গ) কন্ব ঋষিয়ে ।
৪। শকুন্তলা আৰু দুষ্মন্ত দুয়োৰ মাজত কি হয় ?
(ক) গন্ধৰ্ব বিবাহ ।
(খ) বিবাব ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) গন্ধৰ্ব বিবাহ ।
৫। ৰজাই শকুন্তাক কি দিছিল ?
(ক) এটা ৰূপৰ আঙুঠি দিছিল ।
(খ) এটা সোণৰ আঙুঠি দিছিল ।
(গ) আঙুঠি দিছিল ।
উত্তৰ- (খ) এটা সোণৰ আঙুঠি দিছিল ।
৬। শতকতুন্তলা কাৰ লগত বিবাহ হৈছিল ?
(ক) ৰজা দুষ্মন্তই ।
(খ) ৰজা শিৱাজীৰাৱ ।
(গ) বাণ ৰজা ।
উত্তৰ- (ক) ৰজা দুষ্মন্তই ।
৭। শকুন্তলা পুত্ৰ নাম কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) ৰন্তিদেৱ ।
(গ) সৰ্বদমন ।
উত্তৰ- (গ) সৰ্বদমন ।
৮। পিছত সৰ্বদমন নাম কি হ’লগৈ ?
(ক) ভৰত ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) ৰন্তিদেৱ ।
উত্তৰ- (ক) ভৰত ।
৯। সৰ্বদমন কোন ৰাজ্যৰজা হৈছিল ?
(ক) অসমৰ ।
(খ) হস্তিনাপুৰৰ ।
(গ) ইয়া পৰা এটাও নহয় ।
উত্তৰ- (খ) হস্তিনাপুৰৰ ।
১০। সৰ্বদমন ৰজা হোৱা পিছত তেওঁ নাম কি হ’ল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) নচিকেতা ।
(গ) ভাৰত ।
উত্তৰ- (গ) ভাৰত ।
Type by- Bikul Mandal