Chapter- 14
আমাৰ স্বাস্থ্য, আমাৰ জীৱন
১। হেৰোৱা স্বাস্থ্য পাব পাৰি নে নোৱাৰি ?
(ক) নোৱাৰি ।
(খ) পাৰি ।
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (ক) নোৱাৰি ।
২। আমি গুৰুত্ব সহকাৰে কি কথা ভাবিব লাগে ?
(ক) স্বাস্থ্য কথা ।
(খ) ইয়াৰ পৰা এটাওনহয় ।
(গ) ধন-সম্পত্তি কথা ।
উত্তৰ- (ক) স্বাস্থ্য কথা ।
৩। সুস্থ হৈ থাকিব কাৰণে আমি কি কৰিব লাগে ?
(ক) খ্যাদ , ব্যায়াম কৰিব নালাগে ।
(ক) থাকিব লাগে
(গ) খ্যাদ , ব্যায়াম কৰিব লাগে ।
উত্তৰ- (গ) খ্যাদ , ব্যায়াম কৰিব লাগে ।
৪। খ্যাদ, ব্যায়াম, সৎসংগ লগত থাকিব লাগে নে নালাগে ?
(ক) থাকিব লাগে
(খ) থাকিব নালাগে
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (ক) থাকিব লাগে ।
৫। ভোজনে আমাক কি ৰক্ষা কৰে ?
(ক) সমতা ৰক্ষা কৰে ।
(খ) সমতা ৰক্ষা নকৰে ।
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (ক) সমতা ৰক্ষা কৰে ।
৬। আয়ুস বৃদ্ধি কেনেকৈ হয় ?
(ক) ইয়াৰ পৰা এটাওনহয় ।
(খ) ব্যায়াম, সূৰ্য্য নমস্কাৰ কৰিলে নালাগে ।
(গ) ব্যায়াম, সূৰ্য্য নমস্কাৰ কৰিলে লাগে ।
উত্তৰ- (গ) ব্যায়াম, সূৰ্য্য নমস্কাৰ কৰিলে লাগে ।
৭। স্বাস্থ্য অৰ্থ কি ?
(ক) একো বেমাৰ নোহোৱা
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) বেমাৰ হৈ থকা
উত্তৰ- (ক) একো বেমাৰ নোহোৱা ।
৮। সূৰ্য্য নমস্কাৰ কৰিলে কি হয় ?
(ক) স্বাস্থ্য ভালে নাথাকে
(খ) স্বাস্থ্য ভালে থাকে
(গ) ইয়াৰ পৰা এটাও নাহয়
উত্তৰ- (খ) স্বাস্থ্য ভালে থাকে ।
৯। সদায় ব্যায়াম কৰিব লাগে নে নালাগে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) নালাগে
(গ) লাগে
উত্তৰ- (গ) লাগে ।
১০। মানুহে সৎ-সংগ লগত থাকিব লাগে নে নালাগে ?
(ক) লাগে
(খ) নালাগে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) লাগে ।
Type by- Bikul Mandal