Chapter- 13
ন্যায় আৰু আদৰ্শৰ প্ৰতীক চাৰুদত্ত
১। বাৰীনসীত কোন ৰজাই ৰাজত্ব কৰিছিল ?
(ক) চাৰুদত্ত ।
(খ) ৰন্তিদেৱ ।
(গ) শতমন্যু ।
উত্তৰ- (ক) চাৰুদত্ত ।
২। চাৰুদত্ত কেনেকুৱা ৰজা আছিল ?
(ক) বৰ বেয়া আছিল ।
(খ) বৰ দয়ালু, ধাৰ্মিক আছিল ।
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (খ) বৰ দয়ালু, ধাৰ্মিক আছিল ।
৩। ৰাণীক স্বভাৱ কেনেকুৱা আছিল ?
(ক) নইয়াৰ পৰা এটাও নহয় ।
(খ) বৰ মৰমীয়াল আছিল ।
(গ) অভিমানি আছিল ।
উত্তৰ- (গ) অভিমানি আছিল ।
৪। ৰাণী ক’ত গা-ধুবলৈ গৈছিল ?
(ক) গংগাত ।
(খ) যমোনাত ।
(গ) নদীত ।
উত্তৰ- (ক) গংগাত ।
৫। ৰাণীয়ে কিয় জুপুৰীঘৰ জ্বলাই দিলে ?
(ক) ৰাণীৰ খং উঠাৰ কাৰণে ।
(খ) ৰাণীৰ ঠাণ্ডা কপঁনি উঠাৰ কাৰণে ।
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (খ) ৰাণীৰ ঠাণ্ডা কপঁনি উঠাৰ কাৰণে ।
৬। এই সাধু কি কাল কথা কৈছিল ?
(ক) প্ৰাচীন কাল
(খ) মধ্যযুগ কাল
(গ) আধুনিক কাল
উত্তৰ- (ক) প্ৰাচীন কাল ।
৭। পৰিশ্ৰম অৰ্থ কি ?
(ক) ইয়াৰ পৰা এটাওনহয়
(খ) বহুত কাম কৰা
(গ) একো কাম নকৰা
উত্তৰ- (খ) বহুত কাম কৰা ।
৮। ৰণী দাসীসকলৰ লগত ক’ত গৈছিল ?
(ক) যমোনাত ।
(খ) ব্ৰহ্মপুত্ৰ ।
(গ) গংগাত ।
উত্তৰ- (গ) গংগাত ।
৯। চাৰুদত্ত ক’ৰ ৰজা আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) বাৰনসীৰ ৰজা
(গ) কিষ্কিন্ধাৰ ৰজা
উত্তৰ- (খ) বাৰনসীৰ ৰজা ।
১০। কোনে কষ্টৰে দিম-ৰাতি একাকাৰ কৰি ঘৰ সজাইছিল ?
(ক) ৰজায়ে
(খ) ৰাণীয়ে
(গ) দাসীসকলে
উত্তৰ- (খ) ৰাণীয়ে ।
Type by- Bikul Mandal