Chapter- 12
অতিথি পৰায়ণ ৰজা ৰন্তিদেৱ
১। মহাৰজা ৰন্তিদেৱ কোন আছিল ?
(ক) সংস্কতিৰ পুত্ৰ আছিল ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) ভাল ৰজা আছিল ।
উত্তৰ- (ক) সংস্কতিৰ পুত্ৰ আছিল ।
২। ৰন্তিদেৱ কেনেকুনৱা ৰজা আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) মহা দানী আছিল ।
(গ) বেয়া ৰজা আছিল ।
উত্তৰ- (খ) মহা দানী আছিল ।
৩। ৰন্তিদেৱে প্ৰতিদিনে দীন-দুখীয়া মানুহক কি দান কৰে ?
(ক) কাপোৰ দান কৰিছিল ।
(খ) খ্যাদ দান কৰিছিল ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
৪। ৰাজভঁৰাল কিয় খালী হৈ পৰিছিল ?
(ক) সদায় খৰচ কৰা কাৰণে ।
(খ) সদায় দান-দক্ষিণা কৰা কাৰণে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) সদায় দান-দক্ষিণা কৰা কাৰণে ।
৫। বনত তেওঁলোকে কি খাই থাকে ?
(ক) ফলমূল, গছৰ পাত ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) চিকাৰ কৰি খাই ।
উত্তৰ- (ক) ফলমূল, গছৰ পাত ।
৬। বনত তেওঁলোকে কিমান দিন খ্যাদ খোৱা নাছিল ?
(ক) ২০ দিন ।
(খ) ৫৪ দিন ।
(গ) ৪৮ দিন ।
উত্তৰ- (গ) ৪৮ দিন ।
৭। দুখীয়াক দান কৰিব লাগে নে নালাগে ?
(ক) লাগে
(খ) নালাগে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) লাগে ।
৮। ভোকে পিয়াহে ৰজাৰ পৰিয়ালৰ কি হ’ল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) দুৰ্বল হৈ পৰিল
উত্তৰ- (খ) দুৰ্বল হৈ পৰিল ।
৯। কোন সংস্কৃতিৰ পুত্ৰ আছিল ?
(ক) ৰন্তিদেৱ
(খ) নচিকেতা
(গ) নৱকান্ত
উত্তৰ- (ক) ৰন্তিদেৱ ।
১০। কিমান দিনৰ পিছত ৰজাই খাদ্য খাইছিল ?
(ক) ৩৯ দিনৰ পিছত
(খ) ৫৯ দিনৰ পিছত
(গ) ৪৯ দিনৰ পিছত
উত্তৰ- (গ) ৪৯ দিনৰ পিছত ।
Type by- Bikul Mandal