Chapter- 11
আজ্ঞাকাৰী নচিকেতা
১। নচিকেতা দেউতাকৰ নাম কি আছিল ?
(ক) স্বামী বাজশ্ৰবা ।
(খ) বলৱন্ত ৰাও ।
(গ) গদাধৰ ৰাও ।
উত্তৰ- (ক) স্বামী বাজশ্ৰবা ।
২। নচিকেতা কেনে কোৱা বালক আছিল ?
(ক) বেয়া বালক আছিল ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) আজ্ঞাকাৰী বালক আছিল।
উত্তৰ- (গ) আজ্ঞাকাৰী বালক আছিল।
৩। নচিকেতা কাক বিচাৰি ফুৰিছিল ?
(ক) দেউতাকক বিচাৰি ফুৰিছিল ।
(খ) যমৰজাক বিচাৰি ফুৰিছিল ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) যমৰজাক বিচাৰি ফুৰিছিল ।
৪। যমৰাজে নচিকেতা কেইটা বৰ দিছিল ?
(ক) তিনিতা বৰ ।
(খ) দুটা বৰ ।
(গ) চাৰিতা বৰ ।
উত্তৰ- (ক) তিনিতা বৰ ।
৫। প্ৰথম বৰটো কি আছিল ?
(ক) ধন-সম্পত্তি বিচাৰিছিল ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) দেউতা মোৰ দ্বাৰা যাতে সন্তুষ্ট হয় ।
উত্তৰ- (গ) দেউতা মোৰ দ্বাৰা যাতে সন্তুষ্ট হয় ।
৬। মাক-দেউতাকৰ আজ্ঞা সদায় পালন কৰিব লাগে নে নালাগে ?
(ক) নালাগে ।
(খ) লাগে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) লাগে ।
৭। কোন আজ্ঞাকাৰী পুত্ৰ আছিল ?
(খ) লাগে ।
(খ) দুলীচান্দ
(গ) নৱকান্ত
উত্তৰ- (খ) লাগে ।
৮। কাক ব্ৰাক্ষ্মণক দান কৰিছিল ?
(ক) গাই গৰু
(খ) ছাগলী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
৯। নচিকেতা ৰাৰ বিচাৰিছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) যমৰজাক
(গ) ইনন্দ্ৰদেৱ
উত্তৰ- (খ) যমৰজাক ।
১০। নচিকেত টোপনি পৰা সাৰ পাই কাক দেখিলে ?
(ক) ইনন্দ্ৰদেৱ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) যমৰাজক
উত্তৰ- (গ) যমৰাজক ।
Type By- Bikul Mandal