Chapter- 10
ত্যাগৰ প্ৰতীক গুৰু নানক
১। গুৰু নানকদেৱ ক’ত গৈছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) লাহোৰ লৈ গৈছিল ।
(গ) গুৱাহাটীলৈ গৈছিল
উত্তৰ- (খ) লাহোৰ লৈ গৈছিল ।
২। সেই সময়ত ধনী সদাগৰ লান কি আছিল ?
(ক) দুলীচান্দ ।
(খ) পুণ্ডৰীক ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) দুলীচান্দ ।
৩। গুৰু নানকদেৱে দুলীচান্দ কি দিছিল ?
(ক) কাপোৰ দিছিল ।
(খ) ফুল দিছিল ।
(গ) বেজী দিছিল ।
উত্তৰ- (গ) বেজী দিছিল ।
৪। গুৰু নানকদেৱে বেজীটো কেতিয়া দুলীচান্দক ওভোতাই দিব দিছিল ?
(ক) অহা জনমত ।
(খ) কিছু দিনৰ পিছত ।
(গ) পাচঁ বছৰৰ পিছত ।
উত্তৰ- (ক) অহা জনমত ।
৫। শেষত দুলীচান্দয়ে ধন-সম্পত্তি দুখীয়াৰ মাজত বিতৰন কৰি দিছিল নে নাই ?
(ক) নাই দিয়া ।
(খ) দিছিল ।
(গ) দিয়া নাছিল।
উত্তৰ- (খ) দিছিল ।
৬। ত্যাগৰ অৰ্থ কি ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) নিজৰ ধন-সম্পত্তি দুখীয়াৰ নিদিয়া
(গ) নিজৰ ধন-সম্পত্তি কাকো নিদিয়া
উত্তৰ- (ক) ইয়াৰ পৰা এটাও নহয় ।
৭। দুলীচান্দ লাহোৰ ধনী আছিল নে নাই ?
(ক) নাছিল
(খ) আছিল
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) আছিল ।
৮। ধনী সমাৰ্থক শব্দ কি ?
(ক) দুখিয়া
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ত্যাগ
উত্তৰ- (খ) ইয়াৰ পৰা এটাও নহয় ।
৯। গুৰু নানকে কাক বেজী দিছিল ?
(ক) নচিকেতা
(খ) নৱকান্ত
(গ) দুলীচান্দ
উত্তৰ- (গ) দুলীচান্দ ।
১০। দুলীচান্দ বেজী ক’ত পেলাই দিছিল ?
(ক) ঘৰ চোকত
(খ) ঘৰৰ বাহিৰত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ঘৰ চোকত ।
Type by- Bikul Mandal