Chapter- 1
আচৰণত জীৱন মূল্য
১। সদায় নিয়মিতভাৱে কি কৰিব লাগে ?
(ক) ব্যায়াম, যোগাসন আৰু সূৰ্য-নমস্কাৰ কৰা ।
(খ) সদায় দেৰিকে ওঠা ।
(গ) সদায় নিয়মিক ব্যায়াম নকৰা ।
উত্তৰ- (ক) ব্যায়াম, যোগাসন আৰু সূৰ্য-নমস্কাৰ কৰা । ।
২। সদায় নিয়মিক কাম কৰিব ?
(ক) নালাগে ।
(খ) লাগে ।
(গ) কৰিম ।
উত্তৰ- (খ) লাগে ।
৩। পিছপৰা অঞ্চল আৰু সংস্কাৰ কেন্দ্ৰ গৈ আমি কি কৰিব লাগে?
(ক) ৰাখী বন্ধা, ফাকুৱা খেলা ।
(খ) কাজীয়া কৰিব লাগে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) ৰাখী বন্ধা, ফাকুৱা খেলা ।
৪। বয়ষিয়াল মানুহক আমি কি কৰিব লাগে ?
(ক) সহায় কৰিব নালাগে ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) সহায় কৰিব লাগে ।
উত্তৰ- (গ) সহায় কৰিব লাগে ।
৫। মহাপুৰুষ দুজনৰ নাম কি ?
(ক) বিবেকানন্দ ।
(খ) শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমাধৱদেৱ ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমাধৱদেৱ ।
৬। স্বাৱলম্বীকৰ অৰ্থ কি ?
(ক) একো কাম নিজে নকৰা ।
(খ) নিজৰ কাম নিজে কৰা ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) নিজৰ কাম নিজে কৰা ।
৭। আমি সূৰ্য্য-নমস্কাৰ কৰিব লাগে নে নালাগে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) লাগে
(গ) নালাগে
উত্তৰ- (খ) লাগে ।
৮। আমি কাৰ কাৰ নীতি-নিয়মবোৰ পালনকৰৰব লাগে ?
(ক) বেয়া মানুহৰ নীতি-নিয়ম পালন কৰা
(খ) বিদ্যালয় আৰু সমাজৰ নীতি-নিয়ম পালন কৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) বিদ্যালয় আৰু সমাজৰ নীতি-নিয়ম পালন কৰা ।
৯। মহাপুৰুষৰ জীৱনী পঢ়িব লাগে নে নালাগে ?
(ক) নালাগে
(খ) লাগে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) লাগে ।
১০। আমি কেনেকুৱা ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰিব লাগে ?
(ক) শক্তিশালি ছাত্ৰ-ছাত্ৰী
(খ) দুৰ্বল ছাত্ৰ-ছাত্ৰী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) দুৰ্বল ছাত্ৰ-ছাত্ৰী ।
Type by- Bikul Mandal