Chapter 6
এম. এচ. ডচ. (MS-DOS)
১। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?
(ক)বিভিন্ন কামত
(খ)এটা কামত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)বিভিন্ন কামত
২। (space Bar) কি কামত ব্যৱহাৰ কৰোঁ ?
(ক)কোনো আখৰ কলা কৰা
(খ)কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ
৩। key ৰ জৰিয়তে পূৰ্বৰ কোনো কামাণ্ড নাচক (cancel )কৰিব
(ক)পাৰোঁ
(খ)নোৱাৰোঁ
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)পাৰোঁ
৪। কী- বোৰ্ডৰ জৰিয়তে কম্পিউটাৰ তথ্য যোগান ধৰা ?
(ক)হয়
(খ)নহয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
৫। (Home key ) এই কীৰ জৰিয়তে কোনো এটা পৃষ্ঠা দফা শাৰী বা বাক্যৰ আৰম্ভণিলৈ কাৰ্চাৰ (cursor) আনিব ?
(ক)পাৰি
(খ)নোৱাৰি
(গ)এয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)পাৰি
৬। (DOS ) ৰকেইটামান ইণ্টাৰনেল কামাণ্ড হ’ল ?
(ক)DIR (ডি.আই. আৰ )
(খ)CLS (চি. এল. এচ )
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)CLS (চি. এল. এচ )
৭। OS ৰ সম্পূণৰ্ণ নামটো লিখা ?
(ক)DOS (Disk Operating System )
(খ)internal command
(গ)ইয়াৰ ভিতৰত ওটাও নহয়
উত্তৰঃ (ক)DOS (Disk Operating System )
৮। এম. এচ. ডচ. ৰ কামাণ্ড সমূহ সাধাৰণতকে কেই প্ৰকাৰৰ
?
(ক)৩ প্ৰকাৰৰ
(খ)১ প্ৰকাৰৰ
(গ)২ প্ৰকাৰৰ
উত্তৰঃ (গ)২ প্ৰকাৰৰ
৯। কামাণ্ড সহায়ত MS- DOS বন্ধ কৰি প্ৰগ্ৰেমৰ পৰা ওলাই আহিব ?
(ক)পাৰি
(খ)নোৱাৰি
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)পাৰি
১০। MS – DOS ৰ সহায়ত কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ কম্পিউটাৰক একো আদেস বা নিদেৰ্শ দিয়া ?
(ক)হয়
(খ)নহয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
১১। অপাৰেটিং চিষ্টেমক সংক্ষেপত কি বুলি কোৱা হয় ?
(ক)DOS
(খ)OS
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)OS
১২। কম্পিউটাৰৰ মূল চালিকা শক্তি কি ?
(ক)Mouse
(খ)CPU
(গ)OS
উত্তৰঃ (খ)CPU
১৩। কোন দেশৰ মাইক্ৰচফট কোম্পানীয়ে যোগান ধৰা বাবে অপাৰেটিং চিষ্টেমটোক -এম.এচ.ডচ বুলি জনা যায় ?
(ক)আমেৰিকাৰ
(খ)ইংলেণ্ডৰ
(গ)ভাৰতৰ
উত্তৰঃ (ক)আমেৰিকাৰ
১৪। এম.এচ.ডচ ৰ সহায়ত কোনো এটা কাম সম্পাদন কৰিবলৈ কম্পিউটাৰক কি কৰে ?
(ক)অনুৰোধ কৰা হয়
(খ)আদেশ দিয়া হয়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)আদেশ দিয়া হয়
১৫। এই আদেশ দিয়াটোক কি বুলি জনা যায় ?
(ক)ইণ্টাৰনেল কামাণ্ড
(খ)এক্সটাৰনেল কামাণ্ড
(গ)কামাণ্ড
উত্তৰঃ (গ)কামাণ্ড
১৬। DOS ৰ CLS কিহৰ কামাণ্ড ?
(ক)ইণ্টাৰনেল কামাণ্ড
(খ)এস্কটাৰনেল কামাণ্ড
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)ইণ্টাৰনেল কামাণ্ড
১৭। DIR কামাণ্ডৰ সহায়ত কি কৰা হয় ?
(ক)অন (On) কৰা হয়
(খ)পৰ্দাখন লেতেৰা কৰে
(গ)Directory ভিতৰতৰ তথ্য় চাব পাৰি
উত্তৰঃ (গ)Directory ভিতৰতৰ তথ্য় চাব পাৰি
১৮। Type কামাণ্ডৰ সহায়ত কি কৰা হয় ?
(ক)আখৰ লিখিব পাৰি
(খ)কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি
(গ)আখৰ কাটিব পাৰি
উত্তৰঃ (খ)কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি
১৯। Copy Con ৰ দ্বাৰা কি কৰিব পাৰি ?
(ক)নতুন ফাইন বনাব পাৰি
(খ)বৰ্তমানৰ তাৰিখ চাব পাৰি
(গ)বৰ্তমানৰ সময় চাব পাৰি
উত্তৰঃ (ক)নতুন ফাইন বনাব পাৰি
২০। DEL কামাণ্ডৰ দ্বাৰা কি কৰা হয় ?
(ক)কপি কৰিব পাৰি
(খ)ফাইল মচিব পাৰি
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)ফাইল মচিব পাৰি