Chapter 2
কম্পিউটাৰৰ প্ৰকাৰ
১। প্ৰথম প্ৰজন্ম কম্পিউটাৰৰ জনক কি বুলি জনা যায় ?
(ক)Blaise Pascal
(খ)john Von Nappier
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)Blaise Pascal
২। ”ট্ৰেনজিষ্টাৰ ”(Transister) কোনটো প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয ?
(ক)পঞ্চম প্ৰজন্ম
(খ)দ্বিতীয় প্ৰজন্ম
(গ) দ্বিতীয় প্ৰজন্ম
উত্তৰঃ(গ) দ্বিতীয় প্ৰজন্ম
৩। CDC 1604 কোনটো প্ৰজন্ম কম্পিউটাৰ ?
(ক)প্ৰথম প্ৰজন্ম
(খ)চতুৰ্থ প্ৰজন্ম
(গ)দ্বিতীয় প্ৰজন্ম
উত্তৰঃ(গ)দ্বিতীয় প্ৰজন্ম
৪। প্ৰথম মাইক্ৰ’ প্ৰচেচৰ(Microprocessor) কোনটো প্ৰজন্ম কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ?
(ক)প্ৰথম প্ৰজন্ম
(খ)চতুৰ্থ প্ৰজন্ম
(গ)পঞ্চম প্ৰজন্ম
উত্তৰঃ(খ)চতুৰ্থ প্ৰজন্ম
৫। নিতৌ নতুন নতুন উন্নত মানৰ সা – সজুলি সংযোজন কৰি অধিক উন্নত কৰি তুলিছে এই প্ৰজন্মৰ কম্পিউটাৰত কিহত ব্যৱহাৰ কৰা হয় ?
(ক)Integrated Circuit
(খ)Computer
(গ)Microchipon
উত্তৰঃ(খ)Computer
৬। ডিজিটেল কম্পিউটাৰ কি কি সংখ্যাৰ সহায়ত কাম বোৰ চলি থাকে
(ক) ২ আৰু ১
(খ) ০ আৰু ১
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(খ) ০ আৰু ১
৭। কিমান চনত (IBM) কোম্পানীয়ে প্ৰথম সাজি উলিয়াইছিল ?
(ক) ১৮৭০ চনত
(খ) ইয়াৰ ভিতৰত এটাও নহয়
(গ) ১৯৮১ চনত
উত্তৰঃ(গ) ১৯৮১ চনত
৮। বৰ্মাতন যুগৰ আটাইতকৈ শক্তি শালী কম্পিউটাৰ কি ?
(ক) মিনি কম্পিউটাৰ
(খ) ছুপাৰ কম্পিউটাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(খ) ছুপাৰ কম্পিউটাৰ
৯। কম্পিউটাৰ বেছি দামী আৰু বেছি জটিল কাম কৰিব পৰা ৱমজলীয়া আকাৰৰ কম্পিউটাৰ টো কি ?
(ক) ছুপাৰ কম্পিউটাৰ
(খ) এনালগ কম্পিউটাৰ
(গ) মিনি কম্পিউটাৰ
উত্তৰঃ(গ) মিনি কম্পিউটাৰ
১০। কম্পিউটাৰৰ দৰেই শক্তি শালী কিন্তু গণনা আৰু বিশ্লেষণ কৰাৰ ক্ষমতা ছুপাৰ কম্পিউটাতো কি ?
(ক) মিনি কম্পিউটাৰ
(খ) এনালগ কম্পিউটাৰ
(গ) মেইনফ্ৰেম কম্পিউটাৰ
উত্তৰঃ(গ) মেইনফ্ৰেম কম্পিউটাৰ
১১। এনালগ কম্পিউটাৰ কি ভাষাৰ পৰা লোৱা হৈছিল ?
(ক) অসমীয়া ভাষাৰ
(খ) গ্ৰীক ভাষাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(খ) গ্ৰীক ভাষাৰ
১২। সংখ্যাদৰ্শলনৰ ভিত্তিত চলি থকা কম্পিউটাৰ সমূহক সাধাৰণতে কি নামেৰে জনা যায় ?
(ক) এনালগ কম্পিউটাৰ
(খ) ডিজিটেল কম্পিউটাৰ
(গ) মাইক্ৰ কম্পিউটাৰ
উত্তৰঃ(খ) ডিজিটেল কম্পিউটাৰ
১৩। আনহাতে বিশেষ শ্ৰেণী ডিজিটেল কম্পউটাৰ সহায়ত বিশেষ ধৰণৰ কাম সম্পন্ন হয় ?
(ক) হয়
(খ) নহয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(ক) হয়
১৪। কম্পিউটাৰৰ সৰঞ্জামবোৰ এনালগ কম্পিউটাৰ আৰু কাৰ্যপ্ৰণালী হ’ল ?
(ক) মিনি কম্পিউটাৰ
(খ) ডিজিটেল কম্পিউটাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(খ) ডিজিটেল কম্পিউটাৰ
১৫। ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ কৰা হয় ?
(ক) নহয়
(খ) হয়
(গ) ইটাৰ ভিতৰত এটাও
উত্তৰঃ(খ) হয়
১৬। ৰ্কমশৈলীৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক কেই ভাগত ভাগ কৰা হৈছে ?
(ক)তিনি ভাগত
(খ)ছয় ভাগত
(গ)সাত ভাগত
উত্তৰঃ(ক)তিনি ভাগত
১৭। সংখ্য়াদৰ্শনৰ ভিত্তিত চলিত কম্পিউটাৰ সমূহক সাধাৰণতে কি কম্পিউটাৰ বোলা হয় ?
(ক)ডিজিটেল কম্পিউটাৰ
(খ)এনালগ কম্পিউটাৰ
(গ)হাইব্ৰিড কম্পিউটাৰ
উত্তৰঃ(ক)ডিজিটেল কম্পিউটাৰ
১৮। ডিজিটেল কম্পিউটাৰ কেইপ্ৰকাৰৰ ?
(ক)তিনি প্ৰকাৰৰ
(খ)দুই প্ৰকাৰৰ
(গ)পাঁচ প্ৰকাৰৰ
উত্তৰঃ(ক)তিনি প্ৰকাৰৰ
১৯। হাইব্ৰিড কম্পিউটাৰ কি কামত ব্য়ৱহাৰ কৰা হয় ?
(ক)দোকানৰ কাম-কাজত
(খ)বৈজ্ঞানিক কাম-কাজত
(গ)কাৰ্যালয়ৰ কাম-কাজত
উত্তৰঃ(খ)বৈজ্ঞানিক কাম-কাজত
২০। বৰ্তমান যুগত আটাইতকৈ শক্তিশালী কম্পিউটাৰ কি ?
(ক)মিনি কম্পিউটাৰ
(খ)মেইনফ্ৰেম কম্পিউটাৰ
(গ)ছুপাৰ কম্পিউটাৰ
উত্তৰঃ(গ)ছুপাৰ কম্পিউটাৰ