Chapter 11
ইণ্টাৰনেট (Internet)
১। কিমান চনত আমেৰিকা ৰ ডিপাৰটমেণ্ট অফ্ নেটৱৰ্ক আৰম্ভ কৰিছিল ?
(ক)১৯৬১ চনত
(খ)১৯৬৪ চনত
(গ)১৯৬৭ চনত
উত্তৰঃ (ক)১৯৬১ চনত
২। কি তথ্য সমূহৰ জৰিয়তে সংযোগ কৰি যোগাযোগ কৰিব পৰা কৰি তুলিব পৰে ?
(ক)ইণ্টাৰনেট
(খ)হাৰ্ডৱেৰ
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)ইণ্টাৰনেট
৩। ৱেব ব্ৰাউজাৰ কেই প্ৰকাৰৰ ?
(ক)৩ প্ৰকাৰৰ
(খ)১ প্ৰকাৰৰ
(গ)২ প্ৰকাৰৰ
উত্তৰঃ (খ)১ প্ৰকাৰৰ
৪। (TCP) সম্পূৰ্ণ নাম টো কি ?
(ক)Internet protoctal
(খ)Transmission Control
(গ)Internet Access
উত্তৰঃ (খ)Transmission Control
৫। (IP) ৰ সম্পূৰ্ণৰ নাম টো কি ?
(ক)Internet protocal
(খ)Internel Access
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)Internet protocal
৬। বৰ্তমান ইণ্টাৰনেট ব্যৱস্থাত কিমান হাজাৰ কম্পিউটাৰতকৈ কম্পিউটাৰ সংযোগ হৈ আছে ?
(ক)১৩ হাজাৰ
(খ)১০ হাজাৰ
(গ)১২ হাজাৰ
উত্তৰঃ (খ)১০ হাজাৰ
৭। ইণ্টাৰনেট কি হয় ?
(ক)কম্পিউটাৰ
(খ)যন্ত্ৰ
(গ)সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট
উত্তৰঃ (গ)সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট
৮। (ISP) সম্পূৰ্ণ নাম টো কি ?
(ক)national canter for Super computing Application
(খ)Internet Servicte Provider
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)Internet Servicte Provider
৯। (URL) সম্পূৰ্ণৃৰ নাম টো কি ?
(ক)Uniform Resource Locator
(খ)Mozila firefox
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)Uniform Resource Locator
১০। ৱেবৰ (Web) প্ৰতিটো পেজক একোটা ৱেব পেজ বুলি কোৱা ?
(ক)হয়
(খ)নহয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
১১। ‘Advanced Research Project Agency Network’ এই নেটৱৰ্কটো স্থাপনত কেইটা কম্পিউটাৰ ব্য়ৱহাৰ কৰা হৈছিল ?
(ক)পাঁচটা
(খ)সাতটা
(গ)তিনিটা
উত্তৰঃ (গ)তিনিটা
১২। এই তিনিটা কম্পিউটাৰ ভিতৰত প্ৰথম কম্পিউটাৰ ক’ত আছিল ?
(ক)আটাহ
(খ)কেলিৰ্ফনিয়াত
(গ)ইউনিভাৰচিটি
উত্তৰঃ (খ)কেলিৰ্ফনিয়াত
১৩। নেটৱৰ্কত তথ্য় আদান প্ৰদান কৰিবৰ বাবে কি থাকে ?
(ক)নিৰ্দিষ্ট সময় থাকে
(খ)নিৰ্দিষ্ট কাম থাকে
(গ)নিৰ্দিষ্ট নিয়ম থাকে
উত্তৰঃ (গ)নিৰ্দিষ্ট নিয়ম থাকে
১৪। নেটৱৰ্কত নিৰ্দিষ্ট নিয়ম থকাটোক কি বোলে ?
(ক)নিয়মাৱলী বোলে
(খ)প্ৰট’কল বোলে
(গ)TCP বোলে
উত্তৰঃ (খ)প্ৰট’কল বোলে
১৫। ইণ্টাৰনেটৰ দ্বাৰা তথ্য় আদান প্ৰদানত সাধাৰাণতে কেইটা প্ৰট’কল ব্য়ৱহাৰ কৰা হয় ?
(ক)দুটা
(খ)সাতটা
(গ)চাৰিটা
উত্তৰঃ (ক)দুটা
১৬। IP ৰ সম্পূৰ্ণ নাম কি ?
(ক)Indian Power
(খ)Internet Protocal
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)Internet Protocal
১৭। ইণ্টাৰনেট ব্য়ৱস্থা কোনে নিয়ন্ত্ৰণ কৰে ?
(ক)ব্য়ক্তিয়ে
(খ)সংস্থাই
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (গ)ওপৰৰ এটাও নহয়
১৮। কোনো ব্য়ক্তিৰ কম্পিউটাৰৰ লগত ইণ্টাৰনেটৰ সংযোগ ব্য়ৱস্থা কোনে প্ৰদান কৰে ?
(ক)ইণ্টাৰনেটৰ মালিকে
(খ)ISP য়ে
(গ)IP য়ে
উত্তৰঃ (খ)ISP য়ে
১৯। ৱেবৰ প্ৰতিটো পেজক কি বুলি কোৱা হয় ?
(ক)ৱেৱ পেজ
(খ)ব্ৰাউজাৰ
(গ)ৱেব ব্ৰাউজাৰ
উত্তৰঃ (ক)ৱেৱ পেজ
২০। ছবি, তথ্য়, ভিডিঅ’ আদি সকলোবোৰ চাব পৰা প্ৰথম ৱেব ব্ৰাউজাৰটোৰ নাম কি ?
(ক)Yahoo
(খ)World wide web
(গ)MOSAIC
উত্তৰঃ (গ)MOSAIC