Chapter- 9
বৰষুণ
১। বৰষুণ কবিতাটোৰ কবিৰ নাম কি?
(ক) সত্যনাথ বৰা
(খ) দুৰ্গেশ্বৰ শৰ্মা
(গ) বিনন্দচন্দ্ৰ বৰুৱা
উত্তৰ- (গ) বিনন্দচন্দ্ৰ বৰুৱা ।
২। কবিৰ জন্ম কিমান চনত হৈছিল?
(ক) ১৯০১
(খ) ১৯৯৪
(গ) ১৯৪০
উত্তৰ- (ক) ১৯০১ ।
৩। কবিৰ জন্ম ক’ত হৈছিল?
(ক) নগাঁও জিলাত
(খ) যোৰহাট জিলাত
(গ) গুৱাহাটী জিলাত
উত্তৰ- (খ) যোৰহাট জিলাত ।
৪। কবিৰ কবিতা পুথিসমূহৰ নাম কি?
(ক) শংখধ্বনি
(খ) প্ৰতিধ্বনি
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৫। নাট্যশিল্পৰ ক্ষেত্ৰত কবিৰ অৱদান কি?
(ক) পাৰ্থ-সাৰথি
(খ) শৰাইঘাট
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৬। কবিৰ পুথি দুখনৰ নাম কি কি ?
(ক) মহাৰাজ নৰনাৰায়ণ
(খ) ৰাজস্থানৰ গল্প
(গ) ওপৰৰ দুয়োটাই হয়
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৭। কবিৰ মৃত্যু কিমান চনত হৈছিল?
(ক) ১৯০১
(খ) ১৯৯৪
(গ) ১৯২৫
উত্তৰ- (খ) ১৯৯৪ ।
৮। কবিয়ে শংখধ্বনি নামৰ পুথিখন কিমান চনত লিখিছিল?
(ক) ১৯২৫
(খ) ১৯০১
(গ) ১৯৪০
উত্তৰ- (ক) ১৯২৫ ।
৯। প্ৰতিধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?
(ক) ১৯৭৪
(খ) ১৯৪০
(গ) ১৯০১
উত্তৰ- (খ) ১৯৪০ ।
১০। জয়ধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?
(ক) ১৯৯৪
(খ) ১৯৪০
(গ) ১৯৭৪
উত্তৰ- (গ) ১৯৭৪ ।
১১। বৰষুণৰ আগমনত কি শব্দ হয় ?
(ক) টিপ টিপ টাপ টাপ
(খ) জুৰ জুৰ জাৰ জাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) টিপ টিপ টাপ টাপ ।
১২। কি কালত পুখুৰী খাল বিল সকলো তৰাং হৈ?
(ক) বসন্ত
(খ) খৰালি
(গ) শীত
উত্তৰ- (খ) খৰালি ।
১৩। খৰালি কালত আকাশত কি ৰং হেৰাই যায়?
(ক) নীলা
(খ) বগা
(গ) ৰঙা
উত্তৰ- (ক) নীলা ।
১৪। খৰালি কালত গছ-বিৰিখৰ কি ৰূপ হেৰাই যায়?
(ক) নীলা
(খ) ৰঙা
(গ) সেউজীয়া
উত্তৰ- (গ) সেউজীয়া ।
১৫। কি কাল অহাৰ লগে লগে গছ-লতা সজীৱ হৈ পৰে আৰু ৰঙতে ফুলি উঠে ফুল?
(ক) শৰালিকাল
(খ) বাৰিষাকাল
(গ) বসন্তকাল
উত্তৰ- (খ) বাৰিষাকাল ।
১৬। খৰাং শব্দৰ অৰ্থ কি?
(ক) শুকান
(খ) নীৰস
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৭। তৰাং শব্দৰ অৰ্থ কি ?
(ক) অগভীৰ
(খ) বাম
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৮। বিৰিখ শব্দৰ অৰ্থ কি?
(ক) গছ-গছনি
(খ) হাবি-বননি
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) গছ-গছনি ।
১৯। গোটা শব্দৰ অৰ্থ কি?
(ক) নাইকিয়া হোৱা
(খ) সংগ্ৰহ কৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সংগ্ৰহ কৰা ।
২০। পুনু শব্দৰ অৰ্থ কি?
(ক) আকৌ
(খ) পুনৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
Type by- Bikul Mandal