Chapter- 8
লাচিত বৰফুকনৰ দেশভক্তি
১। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
(ক) ১৬৭১
(খ) ১২০১
(গ) ৫২৭৬
উত্তৰ- (ক) ১৬৭১ ।
২। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
(ক) অসম আৰু ভাৰতৰ মাজত
(খ) আহোম আৰু মোগলৰ মাজত
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) আহোম আৰু মোগলৰ মাজত ।
৩। এই যুদ্ধখন কি ঠাইত হৈছিল?
(ক) গুৱাহাটী
(খ) নগাঁও
(গ) শৰাইঘাট
উত্তৰ- (গ) শৰাইঘাট ।
৪। অসম দখল কৰিবলৈ অহা সেনাপতি জনৰ নাম কি?
(ক) ৰামসিংহ
(খ) লাচিত
(গ) স্বৰ্গদেউ
উত্তৰ- (ক) ৰামসিংহ ।
৫। কোনে মোগলক হৰুৱাই অসম ৰক্ষা কৰিছিল?
(ক) ৰামসিংহ
(খ) লাচিতে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লাচিতে ।
৬। লাচিত বৰফুকনৰ অধীনত কিমান সৈন্য আছিল?
(ক) একলাখ
(খ) দুইলাখ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) একলাখ ।
৭। কোনে কাপোৰৰ আঁৰৰ পৰা কথা শুনি আছিল?
(ক) কামাখ্যা গোঁসানী
(খ) বৰকুঁৱৰীয়ে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) বৰকুঁৱৰীয়ে ।
৮। কাৰ কথা মানি চলিলে যুদ্ধত জয়লাভ হ’ব?
(ক) কামাখ্যা গোঁসানীৰ
(খ) বৰকুঁৱৰীৰ
(গ) বৰফুকনৰ
উত্তৰ- (গ) বৰফুকনৰ ।
৯। স্বৰ্গদেৱৰ পৰা এনে আশ্বাস পাই লাচিতৰ কি বাঢ়িল?
(ক) মনোবল
(খ) দেশৰ প্ৰতি মমতা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১০। মোমায়েকে কাৰ কথা সহজভাৱে লব পৰা নাছিল?
(ক) লাচিতৰ
(খ) বৰকুঁৱৰীৰ
(গ) সৈন্যৰ
উত্তৰ- (ক) লাচিতৰ ।
১১। গড়ৰ কাম অসম্পূৰ্ণ কৰি ৰাখি মোমায়েকে নিশ্চিন্ত হৈ থকাৰ বাবে লাচিতৰ কি উঠিল?
(ক) হাঁহি উঠিল
(খ) খং উঠিল
(গ) ভয় লাগিল
উত্তৰ- (খ) খং উঠিল ।
১২। বৰফুকনে কাক ভীৰু, কাপুৰুষ বুলি কৈছে?
(ক) জনমভূমিক
(খ) মোমায়েকক
(গ) মাকক
উত্তৰ- (খ) মোমায়েকক ।
১৩। গাফিলতি শব্দৰ অৰ্থ কি?
(ক) অৱহেলা
(খ) নৱহেলা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অৱহেলা ।
১৪। বিনাযুদ্ধে শব্দৰ অৰ্থ কি?
(ক) অৱহেলা
(খ) যুদ্ধ নকৰাকৈ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) যুদ্ধ নকৰাকৈ ।
১৫। ব্ৰজকণ্ঠ শব্দৰ অৰ্থ কি?
(ক) বজ্ৰৰ দৰে কণ্ঠ
(খ) উচ্চস্বৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৬। মাতৃভূমি শব্দৰ অৰ্থ কি?
(ক) জন্মভূমি
(খ) স্বদেশ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৭। ভীৰু শব্দৰ বিপৰীত অৰ্থ কি?
(ক) ভূৰা
(খ) সাহসি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সাহসি ।
১৮। অনিচ্ছা শব্দৰ বিপৰীত অৰ্থ কি?
(ক) নিচ্ছা
(খ) ইচ্ছা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) ইচ্ছা ।
১৯। চাৰিওফালে কি শব্দ হয় ?
(ক) উঠ উঠ গড় বান্ধ
(খ) সকলোয়ে শুই থাক
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) উঠ উঠ গড় বান্ধ ।
২০। গড়টো আজিও কি নামেৰে জনাজাত?
(ক) মোমাই কটা গড়
(খ) শৰাইযঘাটৰ ৰণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মোমাই কটা গড় ।
Type by- Bikul Mandal