Chapter- 6
বাঘ খোৱা শিয়াল
১। পাঠটোৰ ৰচক কোন ?
(ক) সত্যনাথ বৰা
(খ) শ্ৰী শ্ৰী শংকৰদেৱ
(গ) অতুলানন্দ গোস্বামী
উত্তৰ- (গ) অতুলানন্দ গোস্বামী ।
২। শিয়ালে কেতিয়া হুৱা দিয়ে ?
(ক) পুৱা
(খ) ৰাতি
(গ) গধূলি
উত্তৰ- (গ) গধূলি ।
৩। শিয়ালে কলৈ চাই হুৱা হুৱা চিঞৰে ?
(ক) মাতিলৈ চাই
(খ) আকাশলৈ চাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) আকাশলৈ চাই ।
৪। জোনাক ৰাতি কলৈ চাই চিঞৰে ?
(ক) আকাশলৈ চাই
(খ) জোনটোলৈ চাই
(গ) মাতিলৈ চাই
উত্তৰ- (খ) জোনটোলৈ চাই ।
৫। কাৰ পোৱালি কেইটাই থেন থেন-মেন মেন আৰাম্ভ কৰে?
(ক) বাঘৰ
(খ) কুকুৰৰ
(গ) শিয়ালৰ
উত্তৰ- (গ) শিয়ালৰ ।
৬। শিয়ালক দেখি কোনে খেদা নামাৰে?
(ক) বাঘে
(খ) শিয়ালে
(গ) হাতীয়ে
উত্তৰ- (ক) বাঘে ।
৭। বাঘ আৰু শিয়ালৰ কাণ্ডটো কোনে চাই আছিল?
(ক) কুকুৰে
(খ) বান্দৰে
(গ) হাতীয়ে
উত্তৰ- (খ) বান্দৰে ।
৮। শিয়ালৰ কেইটা পোৱালি আছে?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
উত্তৰ- (গ) তিনিটা ।
৯। বাঘৰ পিঠিত কোন উঠিল?
(ক) বান্দৰ
(খ) শিয়াল
(গ) হাতী
উত্তৰ- (ক) বান্দৰ ।
১০। বান্দৰে অলপ দূৰ গ’লেই কি দেখিব বুলি কৈছে?
(ক) সৰু ঢাপ
(খ) বিশাল ঢাপ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বিশাল ঢাপ ।
১১। বিশাল ঢাপটোত কি আছে?
(ক) ফুটুকা এডৰা
(খ) মাতি এডৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ফুটুকা এডৰা ।
১২। শিয়ালৰ কথা শুনি বাঘৰ কি হল?
(ক) ভয় খালে
(খ) জীৱ বাহিৰ হ’ল
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) জীৱ বাহিৰ হ’ল ।
১৩। তাল-ফাল শব্দৰ অৰ্থ কি ?
(ক) অসহ্য শব্দ
(খ) হুলস্থূল
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৪। নোদোকা শব্দৰ অৰ্থ কি?
(ক) শকত-আৱত
(খ) সৰু
(গ) ডাঙৰ
উত্তৰ- (ক) শকত-আৱত ।
১৫। এমা-ডিমা শব্দৰ অৰ্থ কি?
(ক) সাৱধান
(খ) নিচেই সৰু
(গ) ধূৰ্ত
উত্তৰ- (খ) নিচেই সৰু ।
১৬। সতকাই শব্দৰ অৰ্থ কি?
(ক) সহজে
(খ) আজি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সহজে ।
১৭। হৰিণ শব্দৰ বিপৰীত লিঙ্গ কি?
(ক) হৰিণী
(খ) মাখুন্দী
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) হৰিণী ।
১৮। কুকুৰ শব্দৰ বিপৰীত লিঙ্গ কি ?
(ক) কুকুৰণী
(খ) কুকুৰী
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৯। গাধ শব্দৰ বিপৰীত লিঙ্গ কি?
(ক) গাধ
(খ) গাধী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গাধী ।
২০। মখনা বিপৰীত লিঙ্গ কি?
(ক) মাখুন্দী
(খ) মাখুন্দ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মাখুন্দী ।
Type by- Bikul Mandal